Type Here to Get Search Results !

Birthday Wish in Assamese

 Birthday Wish in Assamese

জন্মদিনৰ অলেখ শুভেচ্ছা          

💐💐💐 জ্ঞাপন কৰিলো ❤ ❤️ মৰমৰ মানুহজনী😘😘❤️🎂😘😘

 অনাগত দিনবোৰে যেন তোমাৰ  জীৱনলৈ সুখৰ বার্তা কঢ়িয়াই আনে তাৰে কামনা কৰিলো ।

সদায় সুখী হোৱা তুমি।।🍫🍫🎂🎂


জন্মদিনৰ অলেখ শুভেচ্ছা তথা শুভকামনা  তোমালৈ...।এদিন  আজিৰ এই শুভ দিনটোতেই ধৰালৈ আহি আমাৰ তথা সুভকাংশীৰ মনত যি আনন্দ দিছা তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।

অনাগত দিনবোৰে যেন তোমাৰ জীৱনলৈ অধিক  সুখৰ বার্তা কঢ়িয়াই আনে লগতে সদায় সুখী আৰু সু-স্বাস্থ্যবান হৈ থাকা তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ।

"WISHING YOU A VERY VERY HAPPY BIRTHDAY"


জন্মদিনৰ অলেখ শুভেচ্ছা তোমালৈ...। অনাগত দিনবোৰে যেন তোমাৰ জীৱনলৈ সুখৰ বার্তা কঢ়িয়াই আনে লগতে সদায় সুখী আৰু সু-স্বাস্থ্যবান হৈ থাকা তাৰে কামনা কৰিছো❤️

Happy Birthday ❤️


জন্মদিনৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ‌ ভিনডেউ 🤗❤️🎂.... অনাগত দিনবোৰে যেন তোমাৰ জীৱনলৈ সুখৰ বার্তা কঢ়িয়াই আনে তাৰেই কামনা কৰিলো 🎉🙏✨......সদায় সুখি আৰু সু-স্বাস্থ্যবান হৈ থাকা ❤️💐


জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ দাদা। অনাগত দিনবোৰে যেন আপোনাৰ  জীৱনলৈ সুখৰ বার্তা কঢ়িয়াই আনে লগতে সদায় সুখী আৰু সু-স্বাস্থ্যবান হৈ থাকে  তাৰে কামনা কৰিছো ।


জন্মদিনৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ‌ তোমালৈ । অনাগত দিনবোৰে যেন তোমাৰ জীৱনলৈ সুখৰ বার্তা কঢ়িয়াই আনে তাৰে কামনা কৰিলো । সদায় সুখি আৰু সু স্বাস্থ্যবান হৈ থাকা । তোমাৰ জীৱনৰ প্ৰতিটো দিন হৈ পৰক সুখেৰে ভৰপূৰ, তোমাৰ চাৰিওফালে বিয়পি পৰক আনন্দৰ বন্যা" - জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো । তুমি সদায় হাঁহি থাকা,সুখত থাকা । তোমাৰ জীৱন যাতে সদায় আনন্দময় হয় ,সেইটোৱে ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা । ওপজা দিনৰ অযুত শুভকামনা যাচিলো তোমালৈ । সদায় হাঁহি আনন্দ সফলতা তোমাৰ দুৱাৰ পথেৰে গতি কৰক আৰু এনেকৈয়ে তুমি তোমাৰ সুন্দৰ লিখনিৰে সকলোকে আনন্দ বিলাই থকা যেন ।


জন্মদিনৰ অলেখ শুভেচ্ছা ও শুভকামনা তোমালৈ বন্ধু...।  অনাগত দিনবোৰে যেন তোমাৰ জীৱনলৈ সুখৰ বার্তা কঢ়িয়াই আনে লগতে সদায় সুখী আৰু সু-স্বাস্থ্যবান হৈ থাকা তাৰেই কামনা কৰিলোঁ।🎂💐💐🎉🎈#Happy_birthday_to_you💐


জন্মদিনৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ‌ চাৰ অনাগত দিনবোৰে যেন অাপোনাৰ জীৱনলৈ সুখৰ বার্তা কঢ়িয়াই আনে তাৰে কামনা কৰিলো । সদায় সুখী আৰু সু স্বাস্থ্যবান হৈ থাকক। আপোনাৰ জীৱনৰ প্ৰতিটো দিন হৈ পৰক সুখেৰে ভৰপূৰ,চাৰিওফালে বিয়পি পৰক আনন্দৰ বন্যা" - জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো।

          আপুনি সদায় হাঁহি থাকক,সুখত থাকক । আপোনাৰ জীৱনত যাতে কোনো বাধা- বিঘিনীয়ে আঘাত নকৰে , আপোনাৰ জীৱন যাতে সদায় আনন্দময় হয় ,লগতে যাতে এনেকৈ আপুনি আমাৰ দেশৰ ভৱিষ্যত প্ৰজন্মক শিক্ষাৰ পোহৰ বিলাই যাব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা । ওপজা দিনৰ অযুত শুভকামনা যাচিলো আপোনালৈ ।


জন্মদিনৰ অলেখ শুভেচ্ছা তথা শুভকামনা  ল'ৰা। অনাগত দিনবোৰে যেন তোৰ জীৱনলৈ অধিক  সুখৰ বার্তা কঢ়িয়াই আনে লগতে সদায় সুখী আৰু সু-স্বাস্থ্যবান হৈ থাক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ।

"WISHING YOU A VERY VERY HAPPY BIRTHDAY"


জন্মদিনৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ‌  অনাগত দিনবোৰে যেন অাপোনাৰ  ৰাজনৈতিক সমাজিক জীৱনলৈ সুখৰ বার্তা কঢ়িয়াই আনে তাৰে কামনা কৰিলো ।

সদায় সুখি আৰু সু স্বাস্থ্যবান হৈ থাকক। আপনাৰ জীৱনৰ প্ৰতিটো দিন হৈ পৰক সুখেৰে ভৰপূৰ, আপনাৰ চাৰিওফালে বিয়পি পৰক আনন্দৰ বন্যা" - জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো। হিয়াভৰা শুভেচ্ছা যাচিলোঁ । আপনি সদায় হাঁহি থাকা,সুখত থাকা । আপনাৰ জীৱনত যাতে কোনো বাধা- বিঘিনীয়ে আপনাক আঘাট নকৰে ,কোনো অভাৱ- অনাটনে যাতে ,আপনাৰ জীৱনত দুখ কঢ়িয়াই নানে, আপনাৰ জীৱন যাতে সদায় আনন্দময় হয় ,সেইয়ায়ে আল্লাহৰ ওচৰত মোৰ প্ৰাৰ্থনা ।ওপজা দিনৰ অযুত শুভকামনা যাচিলো তোমালৈ । সদায় হাঁহি আনন্দ সফলতা আপনাৰ দুৱাৰ পথেৰে গতি কৰক।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
error: Content is protected !!