Type Here to Get Search Results !

Indian Independence Movment MCQ in Assamese

Indian Independence Movment MCQ in Assamese

Indian Independence Movement Quiz


Apu
Right 0Wrong 0

Total Questions:

Attempt:

Correct:

Wrong:

Percentage:


Assamese Quiz

১. মহাত্মা গান্ধীয়ে তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাক বিবেচনা কৰিছিল ? 

(ক) সুভাষ চন্দ্র বসু 

(খ) ইন্দিৰা গান্ধী 

(গ) চি. ৰাজাগােপালাচাৰী 

(ঘ) জৱাহৰলাল নেহৰু 

উত্তৰঃ (ঘ) জৱাহৰলাল নেহৰু 

২.তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন? 

(ক) মহাত্মা গান্ধী 

(খ) মহম্মদ আলী জিন্না 

(গ) ড° বি. আৰ. আম্বেদকাৰ 

(ঘ) জৱাহৰলাল নেহৰু 

উত্তৰঃ(গ) ড° বি. আৰ. আম্বেদকাৰ 

৩. কোনগৰাকী ব্যক্তিৰ পিতৃও ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল ? 

(ক) সুভাষ চন্দ্র বসু 

(খ) জৱাহৰলাল নেহৰু

(গ) মহাত্মা গান্ধী 

(ঘ) লালা লাজপত ৰয় 

উত্তৰঃ(খ) জৱাহৰলাল নেহৰু

৪.তলৰ কোনগৰাকী মহিলা ভাৰতীয় জাতীয় কংগ্রেছৰ সভানেত্রী আছিল ?

(ক) সুচেতা কৃপালানি 

(খ) কস্তৰবা গান্ধী 

(গ) সৰােজিনী নাইডু 

(ঘ) ইন্দিৰা গান্ধী 

উত্তৰঃ(গ) সৰােজিনী নাইডু 

৫.ভাৰতীয় জাতীয় কংগ্রেছৰ প্রথম অধিবেশন কেতিয়া বহিছিল ? 

(ক) ২৫ ডিচেম্বৰ, ১৮৮৫ 

(খ) ২৭ ডিচেম্বৰ, ১৮৮৫ 

(গ) ৩১ ডিচেম্বৰ, ১৮৮৫ 

(গ) ২৮ ডিচেম্বৰ, ১৮৮৫

উত্তৰঃ(খ) ২৭ ডিচেম্বৰ, ১৮৮৫

৬. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্রথম অধিবেশন ক’ত বহিছিল ? 

(ক) বােম্বাই (এতিয়াৰ মুম্বাই) 

(খ) কলিকতা (এতিয়াৰ ক’লকাতা) 

(গ) মাদ্রাজ (এতিয়াৰচেন্নাই)

(ঘ) দিল্লী (এতিয়াৰ নতুন দিল্লী) 

উত্তৰঃ(ক) বােম্বাই (এতিয়াৰ মুম্বাই) 

৭। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্রথম সভাপতি কোন আছিল ? 

(ক) মহাত্মা গান্ধী 

(খ) ডব্লিউ. চি. বেনার্জী

(গ) এ. অ’, হিউম 

(ঘ) এটাও নহয় 

উত্তৰঃ(খ) ডব্লিউ. চি. বেনার্জী

৮।‘পৃথক ৰাষ্ট্র’ গঠনৰ আঁচনিত বৃটিছক কোনে সহায় কৰিছিল ? 

(ক) আগা খান 

(খ) এম. এ. জিন্না

(গ) ছাৰ ছৈয়দ আহমেদ 

(ঘ) ওপৰৰ আটাইকেইজনে

 উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইজনে

৯।১৯১৯ চনৰ পৰা ১৯৪৭ চনৰ এই সময়ছােৱাক কি যুগ বুলি অভিহিত কৰা হয় ? 

(ক) সােণালী যুগ 

(খ) গান্ধী যুগ

(গ) তিনি পি’ৰ যুগ 

(ঘ) স্বাধীনতাৰ যুগ 

উত্তৰঃ(খ) গান্ধী যুগ

১০। “হিন্দু ধৰ্মৰ অবিহনে ভাৰতীয়সকলৰ কোনাে ভৱিষ্যৎ নাই”— এই কথাষাৰ কোনে কৈছিল? 

(ক) এনী বেচান্ত 

(খ) মেক্স মুলাৰ 

(গ) গুৰুজী গােলকাৰ 

(ঘ) মহাত্মা গান্ধী

উত্তৰঃ (ক) এনী বেচান্ত

১১। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল ?

(ক) ২ অক্টোবৰ, ১৮৭৯ 

(খ) ২ অক্টোবৰ, ১৮৬৯ 

(গ) ২ অক্টোবৰ, ১৮৬৭ 

(ঘ) ২ অক্টোবৰ, ১৮৯৬ 

উত্তৰঃ (খ) ২ অক্টোবৰ, ১৮৬৯

১২। মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় আন্দোলনৰ নেতৃত্ব কেতিয়া গ্ৰহণ কৰিছিল ?

(ক) ১৯১৬ চনত 

(খ) ১৯১৭ চনত 

(গ) ১৯১৮ চনত 

(ঘ) ১৯১৫ চনত

উত্তৰঃ(গ) ১৯১৮ চনত

১৩। কোনটো বৃটিছ মিছনৰ ব্যর্থতাৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰিছিল ? 

(ক) কেবিনেট মিছন 

(খ) ক্রিপছ মিছন 

(গ) মন্টেগ’ ছেমছফোর্ড প্রতিবেদন

(ঘ) এটাও নহয়। 

উত্তৰঃ (খ) ক্রিপছ মিছন

১৪। অৰবিন্দ ঘােষ কোন আছিল ?

(ক) যােগী 

(খ) ৰাজনৈতিক নেতা 

(গ) মহান লেখক আৰু কবি

(ঘ) ওপৰৰ আটাইকেইটা 

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা 

১৫। কোনগৰাকী কংগ্ৰেছ নেতাই ভাৰতীয় অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈছিল ? 

(ক) অৰবিন্দ ঘােষ

(খ) সুভাষ চন্দ্র বসু

(গ) (ক) আৰু (খ) দুয়ােটা

(ঘ) এটাও নহয়

উত্তৰঃ (গ) (ক) আৰু (খ) দুয়ােটা

১৬। “দিল্লী চলাে” শ্লোগানটো কাৰ? 

(ক) সুভাষ চন্দ্র বসু 

(খ) মহাত্মা গান্ধীৰ 

(গ) জৱাহৰলাল নেহৰুৰ 

(ঘ) বাল গংগাধৰ তিলকৰ 

উত্তৰঃ(ক) সুভাষ চন্দ্র বসু

১৭। ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা কোন আছিল ? 

(ক) জৱাহৰলাল নেহৰু 

(খ) সুভাষ চন্দ্র বসু 

(গ) মহাত্মা গান্ধী 

(ঘ) লালা লাজপত ৰয় 

উত্তৰঃ (গ) মহাত্মা গান্ধী 

১৮। ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰে ?

(ক) ২ অক্টোবৰ, ১৯৪৭ 

(খ) ২৬ জানুৱাৰী, ১৯৫০ 

(গ) ১৫ আগষ্ট, ১৯৪৭ 

(ঘ) ১৫ আগষ্ট, ১৯৫০

উত্তৰঃ (গ) ১৫ আগষ্ট, ১৯৪৭

১৯। মহাত্মা গান্ধীয়ে কিয় অনশন কৰিছিল ? 

(ক) নিজৰ পৱিত্ৰতাৰ কাৰণে 

(খ) বৃটিছক ভয় খুৱাবলৈ, 

(গ) মানুহক প্রভাৱিত কৰিবলৈ 

(ঘ) ওপৰৰ আটাইবােৰ 

উত্তৰঃ(ক) নিজৰ পৱিত্ৰতাৰ কাৰণে

২০। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্রী কোন আছিল ? 

(ক) উনটন চার্চিল 

(খ) ক্লিমেন্ট এটলী

(গ) আর্থাৰ জেম বেলফ’ৰ 

(ঘ) জন ষ্টুৱাট 

উত্তৰঃ(খ) ক্লিমেন্ট এটলী

২১। ডেকান শৈক্ষিক সমিতিৰ প্ৰতিষ্ঠাপক কোন আছিল ?

(ক) ৰাজা ৰামমােহন ৰয়

(খ) এম. জি. ৰাণাডে

(গ) গােপালকৃষ্ণ গােখলে 

(ঘ) স্বামী বিবেকানন্দ 

উত্তৰঃ(খ) এম. জি. ৰাণাডে

২২। কিমান চনত বংগ বিভাজন হৈছিল ?

(ক) ১৯০৫ চনত 

(খ) ১৯০৬ চনত

(গ) ১৯০৯ চনত 

(ঘ) ১৯০৩ চনত 

উত্তৰঃ(ক) ১৯০৫ চনত

২৩। কোনে মুছলমানসকৰ কাৰণে পৃথক ৰাষ্ট্ৰ দাবী কৰিছিল ?

(ক) মহম্মদ আলী জিন্নাই 

(খ) আলী ভাতৃদ্বয়ে 

(গ) নৱব চালিমুল্লাহে 

(ঘ) ছাৰ মহম্মদ ইকবালে 

উত্তৰঃ(ক) মহম্মদ আলী জিন্নাই

২৪। কাৰ শাসন কালত সংবিধান সভাৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল ? 

(ক) লর্ড ৱেভেল 

(খ) লর্ড ৱেলিংটন 

(গ) জর্জ প্রথম 

(ঘ) লর্ড মাউন্টবেটেন।

উত্তৰঃ (ক) লর্ড ৱেভেল

২৫। কাৰ শাসনকালত পূর্ণ স্বাধীনতাৰ বাবে কংগ্ৰেছৰ প্ৰস্তাৱ উত্থাপিত হৈছিল ?

(ক) লর্ড লিনলিথগ’ 

(খ) লর্ড চেমছফোর্ড 

(গ) লর্ড আৰউইন 

(ঘ) লর্ড ৱেলিংটন

উত্তৰঃ(গ) লর্ড আৰউইন 

২৬। বৃটিছসকলে ভাৰতলৈ অহাৰ কাৰণ হ'লঃ 

(ক) ভাৰতত ব্যৱসায় কৰিবলৈ 

(খ) খ্রীষ্টান ধর্ম প্ৰৱৰ্তন কৰিবলৈ 

(গ) ৰাজনৈতিক নিয়ন্ত্রণ কৰিবলৈ 

(ঘ) ভাৰতত নিগাজীকৈ প্রতিষ্ঠা লাভৰ বাবে 

উত্তৰঃ(ক) ভাৰতত ব্যৱসায় কৰিবলৈ

২৭। মহাত্মা গান্ধীয়ে কাক ‘দেশ প্রেমিকৰ দেশ প্রেমিক’ বুলি আখ্যা দিছিল ?

(ক) সুভাষ চন্দ্র বসু 

(খ) জৱাহৰলাল নেহৰু

(গ) চৰ্দাৰ বল্লভভাই পেটেল

(ঘ) লালা লাজপত ৰয় 

উত্তৰঃ (ক) সুভাষ চন্দ্র বসু

২৮। বক্সাৰ যুদ্ধ’ত পৰাজিত ভাৰতীয় নবাব কোন আছিল?

(ক) চিৰাজউদ্দৌলা 

(খ) মীৰ কাচিম

(গ) মুৰচিদ কুলি 

(ঘ) এটাও নহয় 

উত্তৰঃ (ক) চিৰাজউদ্দৌলা

২৯। পাকিস্তানৰ ধাৰণা কৰা ‘ পিতৃ পুৰুষ’ গৰাকী

কোন? 

(ক) ছাৰ জাফল্লাহ খান

(খ) ছাৰ মহম্মদ ইকবাল 

(গ) ৰহমত আলী 

(ঘ) মহম্মদ আলী জিন্না

উত্তৰঃ (খ) ছাৰ মহম্মদ ইকবাল

৩০। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ অকৃতকাৰ্য্যতাৰ মুখ্য কাৰণ কি? 

(ক) মুছলমানসকল পৃথক আছিল 

(খ) ৰাছিয়াই বৃটিছক সহায় কৰিছিল 

(গ) সৰ্বসাধাৰণ মানুহে বিদ্রোহক সমর্থন কৰা নাছিল

 (ঘ) ওপৰৰ আটাইবােৰ কাৰণত 

উত্তৰঃ (গ) সৰ্বসাধাৰণ মানুহে বিদ্রোহক সমর্থন কৰা নাছিল

৩১। জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ পিছত গান্ধীয়ে কি আন্দোলন কৰিছিল ?

(ক) জাতীয় আন্দোলন 

(খ) সত্যাগ্রহ আন্দোলন 

(গ) অসহযােগ আন্দোলন 

(ঘ) ভাৰত ত্যাগ আন্দোলন 

উত্তৰঃ(গ) অসহযােগ আন্দোলন

৩২। ভাৰতত ৰাজপথ’ নিৰ্মাণৰ সূচনা কৰা প্রথম বৃটিছ গৱৰ্ণৰজেনেৰেলজনৰ নাম কি ? 

(ক) লর্ড কেনিং 

(খ) লর্ড ডেলহাউচি 

(গ) লর্ড কর্ণৱালিছ 

(ঘ) লর্ড আৰউইন

উত্তৰঃ(খ) লর্ড ডেলহাউচি

৩৩। ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল ? 

(ক) মহাত্মা গান্ধী

(খ) জৱাহৰলাল নেহৰু 

(গ) জে. বি. কৃপালনি 

(ঘ) সুভাষ চন্দ্র বসু 

উত্তৰঃ (খ) জৱাহৰলাল নেহৰু

৩৪। লালা লাজপট ৰয়ে ৰচনা কৰা গ্ৰন্থখন কি? 

(ক) ইণ্ডিয়া ডিভাইডে 

(খ) মাদাৰ ইণ্ডিয়া

(গ) আনহেপী ইণ্ডিয়া 

(ঘ) হেপী ইণ্ডিয়া

উত্তৰঃ(গ) আনহেপী ইণ্ডিয়া

৩৫। অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথম গৰাকী মহিলা কোন ? 

(ক) কনকলতা

(খ) ভোগেশ্বৰী ফুকননী

(গ) নুমলী নাথ

(ঘ) মালতী মেম

উত্তৰঃ (ঘ) মালতী মেম

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!