Type Here to Get Search Results !

Indian Gk in Assamese Language

Indian Gk in Assamese Language

CategoryIndian Gk
Gk part100
IndianGk for All compatitive
Exam Prepration
LanguageAssamese 
TopicIndian Gk
Question105
Mark105
Time-
(ads1)
Most Important Indian Gk questions and answers in Assamese language , if you are preparing for all the relevant examinations, DHS, Assam Direct Recruitment 2022, Assam police, TET, SSC , APSC, UPSC ,APDCL, PNRD, Panchayat, all Assam Government jobIndian Gk  in Assamese language are very important for Competitive exam preparation.

Q ➤ 1.ভাৰতৰ প্ৰধান বন্দৰবোৰৰ নাম কি কি?


Q ➤ 2.ভাৰতৰ প্ৰধান হ্রদকেইটাৰ নাম কি কি?


Q ➤ 3.ভাৰতৰ প্ৰধান নদীকেইখনৰ নাম কি?


Q ➤ 4.ভাৰতৰ প্ৰধান পৰ্বত-পাহাৰবোৰৰ নাম কি কি?


Q ➤ 5.ভাৰতৰ প্ৰধান আমদানি বস্তুবোৰ কি কি?


Q ➤ 6.ভাৰতৰ প্ৰধান ৰপ্তানি বস্তুবোৰ কি কি ?


Q ➤ 7. ভাৰতৰ কৃষিজাত দ্রব্য কি কি?


Q ➤ 8.ভাৰতৰ কোন ৰাজ্যত হীৰা পোৱা যায় ?


Q ➤ 9.ভাৰতৰ কোন ৰাজ্যত সোণ পোৱা যায়?


Q ➤ 10. ভাৰতৰ কোন ৰাজ্যত কয়লাৰ খনি আছে?


Q ➤ 11. ভাৰতৰ কোন ৰাজ্যত তামৰ খনি আছে?


Q ➤ 12. ভাৰতৰ কোন ৰাজ্যত ‘অভ্ৰ’ পোৱা যায়?


Q ➤ 13. ভাৰতৰ কোন ৰাজ্যত লোৰ খনি আছে?


Q ➤ 14. এলুমিনিয়াম উৎপাদনৰ বাবে বক্সাইট ভাৰতৰ ক'ত পোৱা যায়?


Q ➤ 15.ভাৰতৰ কোন ঠাইত ৰবৰ পোৱা যায় ?


Q ➤ 16.ভাৰতৰ ক’ত ক'ত লোন পোৱা যায়?


Q ➤ 17. ভাৰতৰ কোন কোন ৰাজ্যত চাহ-খেতি কৰা হয়?


Q ➤ 18. ভাৰতৰ কোন কোন ৰাজ্যত কফি খেতি কৰা হয়?


Q ➤ 19. ভাৰতৰ ক’ত ক’ত আফুখেতি কৰা হয়?


Q ➤ 20. ভাৰতৰ কোন কোন ৰাজ্যত পেট্ৰ'লিয়াম পোৱা যায়?


Q ➤ 21.ভাৰতৰ ক’ত ডিজেল ইঞ্জিন তৈয়াৰ কৰা হয়?


Q ➤ 22.ভাৰতত কেইবিধ ৰে'ল আলি আছে?


Q ➤ 23.ভাৰতৰ কোন কোন ঠাইত জাহাজ নির্মাণ হয়?


Q ➤ 24.ভাৰতৰ কোন ঠাইত ৰেলৰ দবা তৈয়াৰ কৰা কাৰাখানা আছে?


Q ➤ 25.ভাৰতৰ ক'ত বিমান (এৰোপ্লেন) উৰাজাহাজ তৈয়াৰ কৰা হয়।


Q ➤ 26.ভাৰতত কেতিয়াৰ পৰা ইলেকট্রিক ট্রেন চলে?


Q ➤ 27.ভাৰতৰ দীঘল ৰেলৰ প্লেটফৰ্ম ক’ত আছে?


Q ➤ 28.ভাৰতৰ আটাইতকৈ চুটি ৰে'ল ষ্টেচনটোৰ নাম কি?


Q ➤ 29.ভাৰতৰ মুঠ ৰে'লপথাৰ দৈৰ্ঘ্য কিমান?


Q ➤ 30.ভাৰতৰ কেতিয়াৰ পৰা শীত তাপ নিয়ন্ত্রিত ৰে'লৰ প্ৰচলন হয়?


Q ➤ 31.ভাৰতৰ লো-তীখাৰ কাৰখানা ক’ত আছে?


Q ➤ 32.ভাৰতৰ ক’ত চন্দন কাঠ পোৱা যায়?


Q ➤ 33. ভাৰতৰ কোন ঠাইক ভূ-স্বর্গ কোৱা হয়?


Q ➤ 34.ভাৰতৰ গাঁৱৰ সংখ্যা কিমান?


Q ➤ 35.ভাৰতৰ চহৰৰ সংখ্যা কিমান?


Q ➤ 36.ভাৰতৰ আটাইতকৈ দীঘল আলিবাটটোৰ নাম কি?


Q ➤ 37.ভাৰতৰ আদিবাসীসকল কোন কোন?


Q ➤ 38.ভাৰতৰ কোন ৰাজ্যত মহিলাৰ সংখ্যা বেছি?


Q ➤ 39.ভাৰতৰ কোন ৰাজ্যত মহিলাৰ সংখ্যা কম?


Q ➤ 40.ভাৰতৰ কোন ৰাজ্যত মৃত্যুৰ হাৰ অধিক?


Q ➤ 41.গংগা নদীৰ উৎপত্তি স্থান ক’ত?


Q ➤ 42.ভাৰতৰ কোন ঠাইক ‘পঞ্চনদীৰ’ দেশ বোলা হয়? সেই নদী কেইখনৰ নাম কি?


Q ➤ 43. ভাৰতৰ প্ৰাচীন সভ্যতাৰ সূচনা কেতিয়া হয় ?


Q ➤ 44.ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?


Q ➤ 45. নানা চাহেব কোন আছিল?


Q ➤ 46.শেষ মোগল সম্রাটজনৰ নাম কি আছিল?


Q ➤ 47.কোন চনৰ পৰা ভাৰত দুখন ৰাষ্ট্ৰত বিভক্ত হয়?


Q ➤ 48.ভাৰতৰ কংগ্ৰেছ অধিবেশন প্রথম ক’ত হয় আৰু কেতিয়া হয়?


Q ➤ 49.ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু ক’ত হৈছিল?


Q ➤ 50.ভাৰতৰ প্ৰাচীনতম বিশ্ববিদ্যালয়ৰ নাম কি?


Q ➤ 51.‘কুৰুক্ষেত্ৰ’ ক'ত অৱস্থিত আছিল?


Q ➤ 52.“প্রিয়দর্শী” কোন আছিল?


Q ➤ 53.বুদ্ধদেৱৰ জন্ম ক’ত হৈছিল?


Q ➤ 54.সাৰনাথৰ স্তূপ কোনে সজাইছিল?


Q ➤ 55.প্রাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয় ক’ত আছিল?


Q ➤ 56.আকবৰৰ ৰাজ সভাৰ সভাসদ, বিখ্যাত সঙ্গীত বিশাৰদৰ্জন কোন আছিল?


Q ➤ 57.‘ইন্দ্ৰপ্ৰস্থ’ ক'ত আৰু কিয় বিখ্যাত আছিল?


Q ➤ 58.হিমালয়ৰ পাদদেশৰ পৰা বিন্ধ্য পৰ্বতলৈ এই অংশক কি বোলা হয়?


Q ➤ 59.এগৰাকী মহিলাই নিজ পুত্ৰক বলি দি প্ৰভুৰ পুতেকক ৰক্ষা কৰিছিল। তেওঁ কোন?


Q ➤ 60ভাৰতত পোনপ্ৰথমে কোনে কামান ব্যৱহাৰ কৰিছিল?


Q ➤ 61.তক্ষশীলা ক’ত? ই কি কাৰণে বিখ্যাত?


Q ➤ 62.হৰপ্পা ক’ত আৰু কিয় বিখ্যাত?


Q ➤ 63.ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সম্রাট কোন?


Q ➤ 64.কোনার্ক মন্দিৰ কোনে সজাইছিল?


Q ➤ 66.সম্রাট জাহাংগীৰৰ প্ৰিয় চৰ্চা কি আছিল?


Q ➤ 67.সম্রাট অশোকৰ ধৰ্মগুৰু কোন আছিল?


Q ➤ 68.কুতুব মিনাৰ কোনে সজাইছিল?


Q ➤ 69.ভাৰতৰ আটাইতকৈ পুৰণি গির্জা কোনটো?


Q ➤ 70.কোন মুছলমান সম্রাটে হিন্দু আৰু মুছলমানৰ ঐক্য স্থাপন কৰিছিল?


Q ➤ 71.কোন কোন সম্রাটে বৌদ্ধধৰ্ম প্ৰচাৰ কৰিছিল ?


Q ➤ 72.ভাৰতৰ আদিকবিগৰাকীৰ নাম কি?


Q ➤ 73.তামৰ টকা কোনে প্রচলন কৰিছিল?


Q ➤ 74.সম্রাট হুমায়ুনৰ কেনেদৰে মৃত্যু হৈছিল?


Q ➤ 75.মুছলমানসকল প্রথমে কেতিয়া ভাৰতলৈ আহিছিল?


Q ➤ 76.শিৱাজীৰ গুৰুৰ নাম কি আছিল?


Q ➤ 77.ৰাণা প্ৰতাপৰ ঘোঁৰাটোৰ নাম কি আছিল ?


Q ➤ 78.অজন্তা গুহা কোনে আৱিষ্কাৰ কৰিছিল ?


Q ➤ 79.নালন্দা বিশ্ববিদ্যালয়ে কেতিয়া প্রসিদ্ধি লাভ কৰে?


Q ➤ 80.হৰ্ষবৰ্দ্ধনৰ সময়ত নালন্দা বিশ্ববিদ্যালয় অধ্যক্ষ কোন আছিল ?


Q ➤ 81.ভাৰতৰ কোন কোন ৰাণীয়ে নিজে ৰাজ্য শাসন কৰিছিল?


Q ➤ 82.কোন ৰজাৰ দিনত চীনা পৰিব্ৰাজক হিউয়েনচাং ভাৰতলৈ আহে?


Q ➤ 83.বিক্রমাদিত্যৰ ৰাজ সভাৰ ‘নৱৰত্নৰ' নাম কি কি আছিল?


Q ➤ 84.ভাৰতৰ তথা বিশ্বৰ শ্ৰেষ্ঠ সমাধিটোৰ নাম কি? তাক কোনে তৈয়াৰ কৰিছিল?


Q ➤ 85.সোমনাথ মন্দিৰ কোনে লণ্ঠন কৰিছিল?


Q ➤ 86.পোনপ্ৰথমে ভাৰতলৈ অহা ইংৰাজজন কোন?


Q ➤ 87.বেদ কেইখন আৰু কি কি?


Q ➤ 88.পঞ্চম বেদ কাক বোলে?


Q ➤ 89.পঞ্চপাণ্ডৱ কোন কোন?


Q ➤ 90.ষড় দর্শন কি কি? প্রত্যেকখনৰে ৰচয়িতাৰ নাম কি?


Q ➤ 91.হিন্দুসকলৰ প্ৰাচীনতম গ্ৰন্থৰ নাম কি?


Q ➤ 92.পঞ্চতত্ত্ব বা পঞ্চভূত কি?


Q ➤ 93.পঞ্চ তিক্ত (তিতা) কি কি?


Q ➤ 94.পঞ্চ বৃক্ষ কি কি?


Q ➤ 95.সপ্ত সমুদ্র কি কি?


Q ➤ 96.সপ্ত ঋষিৰ নাম কি কি?


Q ➤ 97.পঞ্চ শস্য কি কি?


Q ➤ 98.পঞ্চ সতীৰ নাম কি?


Q ➤ 99.বিষ্ণুৰ দশাৱতাৰৰ নাম কি কি?


Q ➤ 100. কৌৰৱ কোন কোন?


Q ➤ 101. পাৰ্থসাৰথি কোন আছিল?


Q ➤ 102. শ্ৰীকৃষ্ণৰ শঙ্খৰ নাম কি আছিল?


Q ➤ 103. অৰ্জুনৰ ধনুখনৰ নাম কি আছিল?


Q ➤ 104. দশ মহাবিদ্যাৰ নাম কি কি?


Q ➤ 105. সমুদ্র মন্থন কৰি কি কি পোৱা গৈছিল?


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!