Type Here to Get Search Results !

Assamese Gk

Assamese Gk

কুইজ দিবলৈ নিজৰ নামটো লিখি ( Enter Name) কিহৰ কাৰণে প্ৰস্তুতি চলায় আছে (Preparation For) সেইটো লিখি Continue ত ক্লিক কৰক , তাৰ পিছত Start The Quiz ত ক্লিক কৰক (alert-error)

Assamese Quiz

1. হৰপ্পা সভ্যতা কিমান চনত আৱিষ্কৃত হৈছিল— 

(a) 1921 

(b) 1901

(c) 1935

(d) 1942

Ans: (a) 1921


2. সিন্ধু উপত্যকাৰ সভ্যতাত ঘৰবোৰ কিহেৰে বনাইছিল—

(a) ইটা 

(b) কাঠ 

(c) শিল

(d) আটাইকেইটাৰে

Ans: (a) ইটা


3. সিন্ধু উপত্যকাৰ সভ্যতা সমাজে কাৰ লগত বাণিজ্য কৰিছিল—

(a) মেচোপটামিয়া

(b) চীন

(c) ৰোম

(d) গ্রীক

Ans: (a) মেচোপটামিয়া


4. সিন্ধু উপত্যকাৰ সভ্যতা কিহত বিখ্যাত আছিল— 

(a) নগৰ পৰিকল্পনা

(b) স্থাপত্য বিদ্যা 

(c) শিল্প নৈপুণ্য 

(d) ওপৰৰ এটাও নহয়

Ans: (a) নগৰ পৰিকল্পনা 


5. সিন্ধু উপত্যকাৰ সভ্যতা সমাজত তলৰ কোনটো বস্তু প্রসিদ্ধ নাছিল

(a) জিৰাফ

(b) হাতী

(c) ঘোঁৰা

(d) ম'হ

Ans: (a) জিৰাফ


6. কপাহৰ পৰা বস্ত্ৰ উৎপাদন কৰা প্ৰথাটো ক’ৰ পৰা আৰম্ভ হয়

(a) ভাৰত

(b) ইজিপ্ত

(c) মধ্য আমেৰিকা 

(d) চীন

Ans: (a) ভাৰত


7. কোনে সিন্ধু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰিছিল—

(a) ছয়াৰাম চাহনী 

(b) ছাৰ লিউনাৰ্ড উলি 

(c) ভি এছ আগৰৱালা 

(d) ওপৰৰ এটাও নহয় 

Ans: (a) ছয়াৰাম চাহনী


8. হৰপ্পাৰ সময়ত কপাৰ ৰথ কোন স্থানত পোৱা গৈছিল

(a) দায়মাবাদ

(b) কুণ্টল

(c) বানাৱালী

(d) ৰাখিখাৰী

Ans: (a) দায়মাবাদ


9. আৰ্যসকলৰ প্ৰধান খাদ্য কি আছিল—– 

(a) চাউল আৰু মটৰ মাহ 

(b) গাখীৰ 

(c) ঘেঁহু 

(d) এটাও নহয় 

Ans: (a) চাউল আৰু মটৰ মাহ 


10. কোনে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল— 

(a) পাণিনি 

(b) কালিদাস 

(c) আর্যভট্ট 

(d) চাবকা 

Ans: (a) পাণিনি


11. ঋকবেদ তলৰ কোনখন নদীৰ নাম উল্লেখ নাই— 

(a) পেৰিয়াৰ 

(b) সিন্ধু 

(c) সৰস্বতী

(d) যমুনা 

Ans: (a) পেৰিয়াৰ


12. শ্রীমদ্ভাগৱত গীতা সর্বপ্রথমে কি ভাষাত লিখা হৈছিল—

(a) সংস্কৃত ভাষাত

(b) পালি ভাষাত

(c) প্রাকৃত ভাষাত

 (d) এটাও নহয়

Ans: (a) সংস্কৃত ভাষাত


13. ভাৰত চৰকাৰে তলৰ কোনটো নদীক ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰিছে—

(a) গংগা 

(b) যমুনা

(c) কাৱেৰী  

(d) ওপৰৰ এটাও নহয়

Ans: (a) গংগা

Meghalaya Job Portal

14. ঋকবেদৰ সময়ছোৱাত কোনজন ভগৱানক মুখ্য স্থান দিয়া হৈছিল—

(a) ইন্দ্ৰ

(b) অগ্নি

(c) গজপতি

(d) বিষ্ণু

Ans: (a) ইন্দ্ৰ


15. প্রথম সংস্কৃত ব্যাকৰণ ৰচনা কৰা পাণিনিয়ে কিমান সময়ছোৱাত বাস কৰিছিল—

(a) ৬-৫ শতাব্দী 

(b) ২য় শতাব্দী 

(c) ৩য় শতাব্দী

(d) ৫-৬ শতাব্দী 

Ans: (a) ৬-৫ শতাব্দী


16. তলৰ কোনখন উপনিষদৰ পৰা সত্যমেৱ জয়তে শব্দটো লোৱা হৈছে— 

(a) মুণ্ডক উপনিষদ 

(b) ব্রহ্ম উপনিষদ 

(c) মুদ্রখেলা উপনিষদ 

(d) ওপৰৰ এটাও নহয়

Ans: (a) মুণ্ডক উপনিষদ


17. গায়ত্রী মন্ত্র কোনে ৰচনা কৰিছিল—

(a) বিশ্বামিত্র 

(b) ইন্দ্ৰ

(c) পৰীক্ষিত

(d) বশিষ্ঠ

Ans: (a) বিশ্বামিত্র


18. ন্যায় সূত্ৰৰ ৰচক কোন?

(a) গৌতম

(b) কানাড

(c) কপিল

(d) ওপৰৰ এটাও নহয়

Ans: (a) গৌতম


19. আর্য শব্দৰ অৰ্থ হ'ল—

(a) উচ্চমানবিশিষ্ট

(b) কৃষক

(c) ব্ৰহ্মচাৰী

(d) চিকাৰী

Ans: (a) উপমানবিশিষ্ট


20. উপনিষদ কিহৰ লগত জড়িত— 

(a) দর্শন শাস্ত্র 

(b) আইন

(c) যোগ

(d) ধর্ম

Ans: (a) দর্শন শাস্ত্র


21. যোগ দর্শন শাস্ত্ৰ কোনে পুংখানুপুংখভাৱে বৰ্ণনা কৰিছিল—

(a) পতঞ্জলি

(b) গৌতম

(c) ৰায়মিনি

(d) মনু

Ans: (a) পতঞ্জলি


22. গোত্র ‘শব্দটো পোন প্রথমে ক’ৰ পৰা লোৱা হৈছে

(a) ঋকবেদ

(b) সামবেদ 

(c) অথৱৰ্বেদ

(d) এটাও নহয়

Ans: (a) ঋকবেদ


23. ভগৱান বৌদ্ধৰ কোন স্থানত মৃত্যু হৈছিল

(a) কুছিনগৰ

(b) বৌদ্ধগয়া

(c) ৰাজগিৰ

(d) সৰনাথ  

Ans: (a) কুছিনগৰ


 24. বৌদ্ধসকলৰ আটাইতকৈ পবিত্ৰ গ্ৰন্থখনৰ নাম কি—

(a) ত্রিপিটক

(b) উপনিষদ 

(c) বেদ

(d) এটাও নহয়

Ans: (a) ত্রিপিটক


25. নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত—

(a) বিহাৰ  

(b) বেংগল 

(c) উত্তৰ প্ৰদেশ 

(d) ওড়িশা

Ans: (a) বিহাৰ


26. বৌদ্ধ চৰিতাখন কোনে ৰচনা কৰিছিল— 

(a) অশ্বঘোষ 

(b) নাগার্জুন

(c) নাগছেনা  

(d) বাসুমিত্র

Ans: (a) অশ্বঘোষ


27. তলৰ কোনখন ৰাজ্যিক 'Cradle of Buddhism' বুলি কোৱা হয়— 

(a) বিহাৰ 

(b) ছিকিম

(c) উত্তৰ প্ৰদেশ

(d) মধ্য প্রদেশ

Ans: (a) বিহাৰ


28. প্রথম বৌদ্ধিক সংঘ কোনখন নগৰত হৈছিল—

(a) ৰাজগ্ৰীহ

(b) গয়া

(c) বৌদ্ধ গয়া

(d) নালন্দা

Ans: (a) ৰাজগ্ৰীহ


29. চতুর্থ বৌদ্ধিক সংঘ কোনজন ৰজাৰ দিনত হৈছিল—

(a) কনিষ্ক

(b) অশোক 

(c) অজাতশত্রু

(d) মহাপদ নন্দ

Ans: (a) কনিষ্ক


30. সৰনাথ কোনখন ৰাজ্যত অৱস্থিত—

(a) উত্তৰ প্ৰদেশ

(b) কেৰালা

(c) গুজৰাট

(d) বিহাৰ

Ans: (a) উত্তৰ প্ৰদেশ 


31. বৌদ্ধৰ জন্ম হৈছিল—

(a) লুমবিনি 

(b) পাটলিপুত্র 

(c) বিহাৰ

(d) উত্তৰ প্ৰদেশ

Ans: (a) লুমবিনি


32. তৃতীয় বৌদ্ধিক সংঘ কোন হৈছিল—

(a) পাটলিপুত্র

(b) কাশ্মীৰ

(c) কোচাম্বী

(d) ৰাজগ্ৰীহ

Ans: (a) পাটলিপুত্র


33. তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা

(a) বৌদ্ধ

(b) মহম্মদ 

(c) চাণক্য

(d) এটাও নহয়

Ans: (a) বৌদ্ধ


34. মহাবীৰ জৈনে কোন স্থানত মৃত্যুবৰণ কৰিছিল—

(a) পাৱাপুৰি 

(b) ৰানচী

(c) ৰাজগ্ৰীহ   

(d) এটাও নহয়

Ans: (a) পাৱাপুৰি


35. ‘ত্রিপিটক’ কোন ভাষাত লিখিছিল

(a) পালি 

(b) ব্রাহ্মী

(c) সংস্কৃত

(d) প্রকৃত

Ans: (a) পালি


36. বৌদ্ধ কোনটো জনগোষ্ঠীৰ লগত জড়িত— 

(a) শাক্য

(b) মৌর্চ 

(c) কুক্ক

(d) ওপৰৰ কোনোটো নহয়

Ans: (a) শাক্য


37. তলৰ কোনজনক ‘প্রিয়দর্শী' বুলি কোৱা হয়? 

(a) মৌর্য ৰজা অশোক

(b) গৌতম বৌদ্ধ 

(c) চন্দ্রগুপ্ত 

(d) মহাভিৰা

Ans: (a) মৌৰ্য ৰজা অশোক


38. তলৰ কোনখন প্রতিষ্ঠানত চাণক্যই শিক্ষাদান কৰিছিল—

(a) তক্ষশিলা

(b) নালন্দা 

(c) বিক্রমচিলা

(d) বইচালী

Ans: (a) তক্ষশিলা


39. তলৰ কোনজন সন্ন্যাসীয়ে অশোকক বৌদ্ধ ধৰ্মৰ বাবে আগ্রহী কৰিছিল—

(a) উপগুপ্ত

(b) বিষ্ণুগুপ্ত

(c) ব্রহ্মগুপ্ত

(d) বৃহদণ্ড

Ans: (a) উপগুপ্ত


40. মেগাথেনিছ কোনজন ৰজাৰ দূত আছিল— 

(a) চেলিকাছ 

(b) আলেকজেণ্ডাৰ 

(c) চন্দ্রগুপ্ত 

(d) অশোক

Ans: (a) চেলিকাছ


41. তলৰ কোনখন ঠাইত অশোকৰ ৰাজত্ব নাছিল— (a) পাটলিপুত্র 

(b) টোপৰা

(c) কান্ধাৰ

(d) ওপৰৰ এটাও নহয়

Ans: (a) পাটলিপুত্র


42. তলৰ কোনজনক অশোকে ন্যায় ব্যৱস্থা পৰিচালনা কৰিবলৈ নিযুক্তি দিছিল—

(a) ৰাজুকা

(b) কুমাৰ আমত্য

(c) উপাৰিকা

(d) এজনো নহয়

Ans: (a) ৰাজুকা


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
error: Content is protected !!