Type Here to Get Search Results !

প্ৰথম প্ৰেম - এটি ৰোমান্টিক লাভ ষ্টৰি - assamese writing love story|Assamese Romantic Love story | Love story in assamese language

 assamese writing love story |Assamese Romantic Love story | প্ৰথম প্ৰেম-  এটি ৰোমান্টিক লাভ ষ্টৰি | Love story in assamese language

                 (প্ৰথম খণ্ড)


Assamese romantic love story
assamese writing love story

         assamese writing love story

                প্ৰথম প্ৰেম 


তাইৰ নাম আছিল মেঘালী। আমাৰ গাঁওৰ অলপ আঁতৰত থকা গাঁওত তাইৰ ঘৰ। তাইক প্ৰথম বাৰ বিদ্যালয়ত লগ পালোঁ।  মই তাইক বন্ধুত্বৰ প্ৰস্তাৱ জনালোঁ। প্ৰথমে সমৰ্থন হোৱা নাছিল যদিও কেইদিন মান পাছত তাই সন্মত হল।
    মই কিজানি তাইৰ লগত বহুত বেছি সময় কটাইছিলো  ভাল লাগিছিল সকলো ভালে চলিছে। বন্ধু সকলে তাইক মোৰ লগত জুকাবলৈ আৰম্ভ কৰিলে । 
   মই এবাৰ দুবাৰ কলোঁ নুজুকাবা তাই মোৰ মাথো বন্ধু হে , কথা ইমান আগলৈ যোৱা নাই নহয় । কিন্তু মই বেয়া পোৱা নাছিলো, নাজানো কিয় ! এদিন মই পেঞ্চিলেৰে তাইৰ নাম হাতত লিখিছিলোঁ । সেয়া তাইৰ বান্ধৱী এজনী দেখিলে আৰু তাইক লগাই দিলে। কিন্তু সেই দিনা বাচি গলো। মই হাত দুখন ধুওতে সেয়া মোহাৰি গৈছিল।
   এদিন বিদ্যালয় সমূহত হোৱা বাৰ্ষিক ক্ৰিয়া সপ্তাহ বেলেগ এখন বিদ্যালয়ত অনুষ্ঠান হৈছিল। মই প্ৰথমে সেই বিদ্যালয়ত উপস্থিত হলো। তাইৰ বাট চাই আছিলোঁ।অলপ সময়ৰ পাছত তাই আহিল । আমাৰ বিদ্যালয়ৰ ছাত্ৰী সকলে সাহিত্য প্ৰতিযোগতাসমূহত ভাগ লৈছিল। 3 টা মান বজাত ছাৰে সকলোকে ঘৰ যাবলৈ অনুমতি দিলে । মই ও ঘৰলৈ বুলি মোৰ চাইকেল খন লৈ আহোঁতে তাই কলে : মই যাবলৈ অকলে হৈছোঁ মোকো লৈ যাবা নেকি ?
    মই কলো তুমি যদি যাব খোজা মোৰ একো অসুবিধা নাই।আমি দুয়ো ঘৰলৈ বুলি আগ বাঢ়িলো । কেইদিন মান পাছত আমাৰ ফাইনেল পৰীক্ষা হল আমি সকলোৱে উত্তৃণ হলো । 
      আমি একে খন বিদ্যালয় ত নাম ভৰ্তি কৰিলোঁ।(মাধ্যমৰ পৰা উচ্চ)। দুদিন মান পাছত আমাৰ ক্লাছ আৰম্ভ হল। ক্লাছ ত নাজানো তাইৰ ফালে অকল চাই থাকোঁ। অৱশ্যে তাই মোক মাজে মাজে চাই। কেতিয়াবা চকুত চকু পৰি যায় । মই টো বৰ ভাল লাগে । এতিয়া মই নিশ্চিতকৈ কব পাৰোঁ তাইও মোক ভাল পাই । আমাৰ প্ৰেম চকুৰ পৰা হৃদয়ত কেতিয়া আহিল গমেই নাপালোঁ । তাইৰ লগত ভাল বেয়া shere কৰি ভাল লাগিছিল। মই নিশ্চিত কৰিলোঁ তাইক মই মনৰ কথা কৈ দিও। সেয়া ভাবি মই এপাহ ফুলৰ হৈতে চিঠি এখন দিলোঁ। সকলো মনৰ কথা চিঠিত সুন্দৰকৈ লিখি দিলোঁ ।আৰু তাইক তাইৰ বন্ধনীৰ দ্বাৰা দিবলৈ দিলোঁ। পাছত অপেক্ষা থাকিল তাইৰ উত্তৰৰ । মই বেছি অপেক্ষা কৰিব লগ নহল । পাছ দিনা তাই উত্তৰত সহকৰ জনালে। মই বহুত বেছি ফুৰ্ত্তিত আছোঁ। ..........
        আগলৈ........👉 বহুত দুখ লগা 😥 

                               ২য় খণ্ড Read More.....

Also Read :- নীলা খামৰ চিঠি-এটি ৰোমান্টিক লাভ ষ্টৰি

অসমীয়া কবিতা


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!