Type Here to Get Search Results !

Science MCQ Mock Test in Assamese

Science MCQ Mock Test in Assamese


Science Mock Test
Mock test for Assam Competitive Exam
LanguageAssamese
Subjct Science 
Question50+
Mark50+
Time60 second per question
Apu
Right 0Wrong 0

Total Questions:

Attempt:

Correct:

Wrong:

Percentage:

Science MCQ in Assamese

1. বৈদ্যুতিক আধন (current)ৰ S.I. একক কি ?

(a) জুল 

(b) কুলম্ব

(c) কেলভিন

(d) যোল

উত্তৰঃ (b) কুলম্ব

2. তাপৰ S.I. একক কি ?

(a) আর্গ

(b)  জুল 

(c) ফাৰেনহাইট

(d) চেলছিয়াছ

উত্তৰঃ(a) জুল 

3. শক্তিৰ S.I. একক কি—

(a) কেলভিন 

(b) জুল

(c) নিউটন

(d) কি.গ্রা.

উত্তৰঃ (b) জুল

4. বল(Force)ৰ S.I. একক কি

(a) জুল

(b) নিউটন

(c) মি./ ছেকেণ্ড

(d) কেলভিন

উত্তৰঃ (b)নিউটন

5. কম্পনাংকৰ S.I. একক কি—

(a) নিউটন

(b) হার্টজ

(c) মি./ছেকেণ্ড 

(d) মোল 

উত্তৰঃ (b)হার্টজ

6. ক্ষমতা (Power)ৰ S.I. একক কি 

(a) হার্টজ 

(b) ৱাট

(c) জুল

(d) নিউটন

উত্তৰঃ (b)ৱাট

7. চাপ (Pressure)ৰ একক কি—

(a) কেলভিন

(b) পাস্কেল

(c) মিলিবাৰ

(d) জুল

উত্তৰ : (b)পাস্কেল

8. শব্দৰ গতিবেগ কিমান—

(a) 300 মি./ছেকেণ্ড 

(b) 330 মি./ছেকেণ্ড 

(c) 900 মি./ছেকেণ্ড 

(d) 1000 মি./ছেকেণ্ড 

উত্তৰঃ (b)330 মি./ছেকেণ্ড 

9. পোহৰৰ গতিবেগ কিমান

(a) 3000 কি.মি./ছেকেণ্ড

(b) 3 লাখ কি.মি./ছেকেণ্ড

(c) 250000 কি.মি./ছেকেণ্ড

(d) 9 লাখ কি.মি./ছেকেণ্ড

উত্তৰঃ (b)3 লাখ কি.মি./ছেকেণ্ড

10. শব্দৰ গতিবেগ আটাইতকৈ বেছি হয়

(a)ধাতু 

(b) পানী 

(c) বায়ু

(d) শূন্য

উত্তৰঃ(a) ধাতু

11. আলোকবর্ষ (Light Year) কিহৰ একক

(a)দূৰত্ব

(b)  সময় 

(c) পোহৰ

(d) শব্দ

উত্তৰঃ (a)দূৰত্ব

12. সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোতে সময় লাগে—

(a)৪ মিনিট 20 ছেকেণ্ড 

(b)7 মিনিট 20 ছেকেণ্ড  

(c) 5 মিনিট 20 ছেকেণ্ড

(d) 10 মিনিট 20 ছেকেণ্ড 

উত্তৰঃ(a) ৪ মিনিট 20 ছেকেণ্ড

13. ইলেক্ট্র’নত থকা আধান হ’ল—

(a)ঋণাত্মক 

(b)ধনাত্মক 

(c) পৰিৱৰ্তনশীল

(d) নিৰপেক্ষ

উত্তৰ : (a)ঋণাত্মক 

14. প্ৰ'টনত থকা আধান হ’ল—

(a)ধনাত্মক 

(b) পৰিৱৰ্তনশীল 

(c) নিৰপেক্ষ

(d) ঋণাত্মক

উত্তৰ : (a)

15. নিউটনৰ কাঁহী এখন তীব্ৰবেগত ঘূৰালে কি ৰং দেখা যায়—

(a) বগা 

(b) ক’লা

(c) ৰঙা

(d) সাতটা ৰং

উত্তৰ: (a)

16. মানুহে কাণেৰে শুনিব পৰা শব্দৰ কম্পনাংক হ'ল—

(a) 20 হাৰ্টজৰ পৰা 20000 হার্টজ

(b) 20 হাৰ্টজৰ পৰা 200 হার্টজ

(c) 200 হাৰ্টজৰ পৰা 2000 হার্টজ 

(d) 2 হাৰ্টজৰ পৰা 200 হার্টজ

উত্তৰ: (a)

17. অতিশব্দ (Ultrasound)ৰ কম্পনাংক কিমান

(a) 20000 হাৰ্টজৰ বেছি

(b) 20 হাৰ্টজৰ কম

(c) 200 হাৰ্টজৰ কম

(d) 20ৰ পৰা 20000 হার্টজ

উত্তৰ: (d) 20ৰ পৰা 20000 হার্টজ

18. ইলেক্ট্রিক বাল্বৰ আৱিষ্কাৰক কোন— 

(a) টমাছ আলভা এডিছন

(b)  মার্কনি 

(c) আইনষ্টাইন 

(d) গেলিলিঅ' গেলিলি

উত্তৰ :(a) টমাছ আলভা এডিছন

19. নিউটনৰ প্ৰথম গতিসূত্রটোক জনা যায়— 

(a) জড়তাৰ নীতি

(b)  ঘৰ্ষণৰ নীতি 

(c) গতিৰ নীতি 

(d) মুহূৰ্তৰ নীতি 

উত্তৰ : (b)

20. বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম— 

(a) হাইগ্ৰমিটাৰ 

(b) থার্ম’মিটাৰ 

(c) এনিম'মিটাৰ 

(d) চিচম'গ্ৰাফ 

উত্তৰ : (a) হাইগ্ৰমিটাৰ 

21. সাগৰৰ গভীৰতা জোখা যন্ত্ৰ —

(a) অডিঅ’ মিটাৰ 

(b)  বার্কোমিটাৰ 

(c) ফেডম’মিটাৰ

(d) ছনোগ্রাফ

উত্তৰ: (c)

22. শব্দৰ প্রাবল্য জোখা এককটোৰ নাম কি? 

(a) ৱেভমিটাৰ 

(b) ৰিখটাৰ স্কেল

(c) ডেছিবেল

(d) কেলভিন

উত্তৰ: (c) 

23. ‘গ্রীন হাউছ এফেক্ট’ মুখ্য গেছ হ’ল—

(a) নাইট্ৰ'জেন 

(b)  অক্সিজেন 

(c) কার্বন-ডাই-অক্সাইড

(d) হাইড্ৰ'জেন 

উত্তৰ : (c)

24. মানুহৰ ৰক্তচাপ (Blood pressure) জোখা

যন্ত্ৰটোৰ নাম—

(a) বেৰ'মিটাৰ

(b) হাইগ্ৰ'মিটাৰ

(c) স্ফিগমোমেনোমিটাৰ

(d) থার্ম’মিটাৰ

উত্তৰ: (c)

25. বেক্টেৰিয়া মাৰিবলৈ তলৰ কোনটো ৰশ্মি ব্যৱহাৰ হয়

(a) আলফা ৰশ্মি 

(b) গামা ৰশ্মি 

(c) অতি বেঙুনীয়া ৰশ্মি 

(d) অৱ লোহিত ৰশ্মি 

উত্তৰ: (c)

Science MCQ in Assamese


26. ছিগনেল (সংকেত) দিয়াৰ বাবে ৰঙা লাইট কিয় ব্যৱহাৰ কৰে—

(a) দীৰ্ঘ তৰংগ দৈর্ঘ্য

(b) উচ্চ কম্পনাংক 

(c) উচ্চ প্রাবল্য

(d) উচ্চ প্রতিসৰণ

উত্তৰ : (a) দীৰ্ঘ তৰংগ দৈর্ঘ্য

27. কোনবিধ কয়লাই সৰ্বাধিক শক্তিৰ যোগান ধৰে—

(a) লিগনাইট

(b) বিটুমিনাছ

(c) এনথ্রাছাইট”

(d) পিট কয়লা

উত্তৰ: (c) 

28. বতাহৰ গতি জোখা যন্ত্র —

(a) অল্টিমিটাৰ

(b)  ক্ৰননিটাৰ

(c) এনিম'মিটাৰ

(d) হাইড্ৰ'মিটাৰ

উত্তৰ : (c)

29. তলৰ কোনটো বিদ্যুতৰ সুপৰিবাহী —

(a) কে’চিন 

(b) প্লাষ্টিক

(c) গ্রেফাইট

(d) কাগজ

উত্তৰ:(c) গ্রেফাইট

30. পদাৰ্থৰ চতুৰ্থ অৱস্থাটোক কোৱা হয়— 

(a) কঠিন 

(b) ভাপ 

(c) প্লাজমা 

(d) নিউট্রন

উত্তৰ: (c)

31. তলৰ কোনবিধ শক্তি আটাইতকৈ দুর্বল—

(a) নিউক্লীয় শক্তি

(b) চুম্বকীয় শক্তি

(c) মাধ্যাকর্ষণ শক্তি

(d) বৈদ্যুতিক শক্তি

উত্তৰ: (c)

32. ৰিয়াৰ ভিউ মিৰ’ৰখন হ’ল—

(a) অৱতল

(b) সমতল

(c) উত্তল

(d) সমতল উত্তল

উত্তৰ: (c)

33. সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দিয়ে—

(a) নাইট্ৰ'জেন 

(b) অক্সিজেন

(c) অজ’ন গেছ  

(d) হাইড্ৰ'জেন 

উত্তৰ: (c)

34. ইলেক্ট্রিক বাল্বৰ ফিলামেণ্টডাল বনোৱা হয়— 

(a) তাম 

(b) সীহ 

(c) টাংষ্টেন 

(d) এলুমিনিয়াম 

উত্তৰ : (c)

35. 'মেছন কণা' ক'ত পোৱা যায়—

(a) গামা ৰশ্মি

(b) এক্স-ৰে’

(c) মহাজাগতিক ৰশ্মি

(d) অতি বেঙুনীয়া

উত্তৰ : (c)

36. লেন্স বনোৱা আইনাবিধ হ'ল—

(a) সাধাৰণ গ্লাছ

(b) কবাল্ট গাছ 

(c) ফ্লিন্ট গ্লাছ

(d) পাইৰেক্স গাছ

উত্তৰ : (c)

37. সাগৰত ডুব গৈ থকা বস্তু বিচৰাৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰটো হ'ল—

(a) ৰাডাৰ

(b) ছনাৰ

(c) লেজাৰ

(d) এম'মিটাৰ

উত্তৰ : (b)

38. বাদুলীয়ে সৃষ্টি কৰা শব্দটো হ'ল—

(a) উপশব্দ

(b) অতিশাব্দিক

(c) শুনিব পৰা

(d) অৱশব্দ

উত্তৰ : (b)

39. আটাইতকৈ পাতল ধাতুবিধ হ'ল—

(a) ছ'ডিয়াম

(b) লিথিয়াম

(c) কেলচিয়াম

(d) চাইডানিয়াম

উত্তৰ: (b)

40. আটাইতকৈ গধুৰ ধাতুবিধ হ’ল—

(a) সোণ 

(b) অচমিয়াম 

(c) প্রেটিনাম 

(d) ইউৰেনিয়াম 

উত্তৰ: (b)

41. ভিনেগাৰত কি এচিড থাকে

(a) অক্সেলিক

(b)  ফ্ৰমিক এচিড

(c) ছাইট্রিক এচিড

(d) এচিটিক এচিড

উত্তৰ: (d)

42 'ফর্মেলিন' কিহৰ বাবে ব্যৱহাৰ হয়—

(a) এণ্টিচেপ্টিক

(b) উত্তেজক 

(c) বিষনাশক 

(d) সংৰক্ষক

উত্তৰ: (d)

43. ভূপাল গেছ দুর্ঘটনাত নিৰ্গত হোৱা গেছবিধৰ নাম

(a) হাইড্ৰ'জেন ছালফাইড

(b) নাইট্ৰাছ অক্সাইড

(c) কার্বন মন’ক্সাইড 

(d) মিথাইল আইচায়নেট

উত্তৰঃ (d)

44. ‘দৈ’ত কি এচিড থাকে—

(a) এচিটিক এচিড

(b)  ছালফিউৰিক এচিড

(c) চাইট্রিক এচিড

(d) লেক্টিক এচিড

উত্তৰ : (d)

45. ৰাসায়নিক সাৰত তলৰ কোনবিধ ব্যৱহাৰ হয় 

(a) ফ্লৰিন

(b)  এলুমিনিয়াম

(c) সীহ

(d) পটাচিয়াম

উত্তৰ : (d)

46. কৃত্রিম বৰষুণ দিবৰ বাবে কি পদাৰ্থ ব্যৱহাৰ কৰা হয়

(a) এম'নিয়াম ক্ল'ৰাইড 

(b) পটাছ

(c) কেলচিয়াম কার্বনেট 

(d) ছিলভাৰ আয়ডাইড 

উত্তৰ : (d)

47. ‘নেইল পলিচ ৰিম 'ভাৰ'ত কি থাকে— 

(a) বেনজিন 

(b) ভিনেগাৰ

(c) এচিটিক এচিড

(d) এচিটন

উত্তৰ: (d)

48. মৌলসমূহৰ পর্যাবৃত্ত তালিকা কোনে প্রস্তুত কৰিছিল -

(a) জন ডেল্টন

(b)  ৰাডাৰফ'ৰ্ড

(c) ৰবাৰ্ট বয়ল

(d) ডিমিট্রি মেণ্ডেলিভ

উত্তৰ: (d)

49. এটমিক সংখ্যা হৈছে মৌল এটাত থকা কিহৰ সংখ্যা—

(a) ইলেক্ট্ৰ'ন

(b) মেচন

(c) নিউট্রন

(d) প্ৰ'টিন

উত্তৰ : (d)

50. আধুনিক ৰসায়ন বিজ্ঞানৰ পিতৃ হ'ল—

(a) ৰাডাৰফৰ্ড

(b) মেমেডলিভ

(c) ডেল্টন

(d) লেভয়ছিয়াৰ

উত্তৰ: (d)

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

error: Content is protected !!