Type Here to Get Search Results !

Hs 2nd year swadesh adhyayan question answer | class 12 swadesh adhyayan

 Hs 2nd year swadesh adhyayan question answer | Class 12 swadesh adhyayan

Hs 2nd year swadesh adhyayan question answer


Hs 2nd year swadesh adhyayan question answer


Hs 2nd year swadesh adhyayan question answer

স্বদেশ অধ্যয়ন :
প্ৰথম অধ্যায়ঃ Click here
দ্বিতীয় অধ্যায়ঃ Click here
তৃতীয় অধ্যায়ঃ Click here
চতুৰ্থ অধ্যায়ঃ Click here
পঞ্চম অধ্যায়ঃ Click here
ষষ্ঠ অধ্যায়ঃ Click here
সপ্তম অধ্যায়ঃ Click here
অষ্টম অধ্যায়ঃ Click here
নৱম অধ্যায়ঃ Click here


3.

(ক) ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পৰা ব্ৰহ্মপুত্ৰৰ গতিপথৰ এটা চমু বর্ণনা দিয়া।
উত্তৰ:-
ব্ৰহ্মপুত্ৰৰ উৎস কৈলাশ গিৰিমালাৰ পৰা য়াৰলুং চাংপো নামেৰে প্ৰায় ১৭০০ কিলেমিটাৰ পূব দিশে বৈ দক্ষিণমুৱা হৈ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছে। এই ৰাজ্যত প্ৰৱেশৰ পিছত এই নদীক ছিয়াং নামেৰে জনা যায়। প্রায় ২৭৮ কিলোমিটাৰ পথ প্রবাহিত হৈ পাছিঘাটৰ পৰা ৫২ কিলোমিটাৰ নামনিত ছিয়াঙৰ নামনি অংশ অর্থাৎ দিহঙে দিবং আৰু লোহিতৰ লগ লাগিছে। এই সংগমস্থলীৰ (পৰশুৰাম কুণ্ড) পৰা পশ্চিমমুৱাকৈ বৈ অহা বৃহৎ জলাধাৰেই ব্ৰহ্মপুত্ৰ ।

Read alsoনীলা খামৰ চিঠি - ৰোমান্টিক লাভ ষ্টৰি A romantic love story

(খ) অসমৰ জলবায়ু নিয়ন্ত্ৰণত হিমালয়ৰ প্ৰভাৱ ব্যাখ্যা কৰা

উত্তৰ :- অসমৰ জলবায়ু নিয়ন্ত্ৰণত হিমালয়ৰ প্ৰভাৱ -

 সুউচ্চ হিমালয় পর্বত-মালাই সমগ্ৰ অঞ্চলটোক উত্তৰ দিশৰ পৰা প্ৰবাহিত হোৱা প্ৰৱল শীতৰ পৰা ৰক্ষা কৰিছে ৷ হিমালয়ৰ বৰফ গলা পানীয়ে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ বাহিনীৰ প্ৰায়বোৰ উপনদীক গোটেই বছৰ পানীৰে পৰিপুষ্ট কৰি ৰাখিছে। গোটেই বছৰ পানী থকাৰ বাবে নদ-নদীবোৰত বিভিন্ন প্রজাতিৰ বহুতো উদ্ভিদ আৰু জলচৰ প্ৰাণীৰ সমাহাৰ ঘটিছে; সকলো ঋতুতে প্রয়োজন অনুসৰি খেতি মাটিত পানী যোগান ধৰা সম্ভৱ হৈছে। বর্ষা ঋতুত যেতিয়া মৌচুমী বায়ু উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰে তেতিয়া হিমালয়ৰ এই পাহাৰ-পৰ্বতবোৰৰ অৱস্থিতিৰ বাবে প্ৰচুৰ পৰিমাণে শৈলোৎক্ষেপ বৃষ্টিপাত হয় । ইয়াৰ ফলত নদ-নদীবোৰ পানীৰে উপচি পৰি ঠায়ে ঠায়ে প্ৰৱল বানৰ সৃষ্টি কৰে যদিও প্রাকৃতিকভাৱে পোৱা এই পানী হাবি জংঘলবোৰ বৰ্তি থকাত আৰু খেতি-বাতি কৰাত যথেষ্ট সহায় হৈছে। নদী, উপনদী আৰু আন আন জলাশয়সমূহত মাছ, কাছকে ধৰি বিভিন্ন প্রজাতিৰ জীৱ আৰু বিভিন্ন প্ৰজাতিৰ উদ্ভিদেৰে অসমক জৈৱবিচিত্ৰতাৰে চহকী অঞ্চলত পৰিণত কৰিছে।

Read also প্ৰথম প্ৰেম- এটি ৰোমান্টিক লাভ ষ্টৰি

(গ) মাজুলীৰ বিশেষত্বসমূহৰ বৰ্ণনা দিয়া।

উত্তৰ :- পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আছে ব্ৰক্ষ্মপুত্ৰ বুকুত অবস্থিত ই ৬৪৫ বর্গ কিলোমিটাৰ এলেকা আৱৰি আছে ,নদীদ্বীপ মাজুলীত ১৫৫ খন বসতিপূর্ণ গাঁও আছে। জৈৱবিচিত্ৰতাৰ দিশৰ পৰা মাজুলী অতিশয় চহকী। এই নদীদ্বীপ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ (মাজুলীৰ মুখা শিল্প বিশ্ববিখ্যাত ব্ৰহ্মপুত্ৰৰ আন এটা বৈশিষ্ট্য হ’ল ইয়াত পোৱা বিৰল প্ৰজাতিৰ শিহু) গোটেই পৃথিৱীত কেৱল চাৰিটা প্ৰজাতিৰ নিৰ্মল পানীত থকা শিহু আছে। তাৰ ভিতৰত প্লেটানিছ গেঞ্জেটিকা (Platenish Gangetica) নামৰ লুপ্তপ্রায় শিহুবিধ ব্ৰহ্মপুত্ৰত আছে? অৱশ্যে এই শিহু বর্তমান প্রায় ২০০ টা মানহে আছেগৈ। বিৰল প্ৰজাতিৰ এই শিহু বহুতো গৱেষক আৰু পৰ্যটকৰ আকৰ্ষণ বিন্দু।


hs 2nd yearSwadesh Adhyayan questions answere

(ঘ) ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় নদীপথ হিচাপে এটি চমু ব্যাখ্যা দিয়া। 

উত্তৰ :- নদীখনত গোটেই বছৰ জাহাজ চলাচল কৰিব পৰাকৈ পৰ্যাপ্ত পানী থকাৰ বাবে ১৯৮৮ চনৰ ১ ছেপ্টেম্বৰত শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ ৮৯১ কিলোমিটাৰ দীঘল নদীপথ দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় নদীপথ হিচাপে ভাৰত চৰকাৰৰ দ্বাৰা ঘোষণা কৰে ।

Read more

(ঙ) জলবায়ুৰ দিশৰ পৰা অসমক কেইটা আৰু কি কি ঋতুত ভাগ কৰা হৈছে বৰ্ণনা কৰা।

উত্তৰ :- জলবায়ুৰ দিশৰ পৰা অসমক চাৰিটা ঋতুত ভাগ কৰিছে । 

 ১) বৰ্ষা ঋতু 

  ২)শীত ঋতু

   ৩) শৰৎ ঋতু 

    ৪)বসন্ত ঋতু 

      শীত আৰু বৰ্ষাৰ মাজত বসন্ত আৰু বৰ্ষা আৰু শীত মাজত শৰৎ ঋতু আৰু নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা শীত ঋতু আৰু বৰ্ষা ঋতুৰ মাজৰ সময়ছোৱা হ’ল শৰৎকাল ।

(চ) অসমত মৌচুমী বতাহৰ প্ৰভাৱ কেনেকুৱা ব্যাখ্যা কৰা।

উত্তৰ :- অসমৰ জলবায়ু মৌচুমী বতাহৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱান্বিত। বতৰৰ অৱস্থা একোটা বছৰৰ বিভিন্ন সময়ত বিভিন্ন হোৱাৰ বাবে বছৰটোক চাৰিটা ঋতুত ভগোৱা হৈছে। বর্ষা, শীত, শৰৎ আৰু বসন্ত। এই চাৰিটা ঋতুৰ ভিতৰত বৰ্ষা আৰু শীত ঋতু কিছু দীঘলীয়া। [শীত আৰু বৰ্ষাৰ মাজত বসন্ত আৰু বৰ্ষা আৰু শীতৰ মাজত শৰৎ ঋতু) এই দুই ঋতুকাল যথেষ্ট চুটি। (নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজলৈকে শীতকাল ) এই সময়ত গড় উত্তাপ ১৫° ছেলছিয়াছতকৈ তললৈ নামে। এই ঋতুত পুৱা গধূলি কুঁৱলী পৰা দেখা যায়। মাৰ্চ মাহৰ পৰা উষ্ণতা বাঢ়িবলৈ লয়। লগতে ধূলি-ধুমুহাৰ প্ৰকোপ বাঢ়ে। (মাৰ্চ মাহৰ শেষৰ পৰা প্রায় গোটেই এপ্রিল মাহত অসমত যি ধুমুহা বতাহ বলে তাকে স্থানীয় লোকে বৰদৈচিলা অহা বুলি কয় । এই সময়ছোৱাতে গছে নতুন পাত মেলে আৰু এটা চুটি সময়ৰ বাবে বসন্ত কাল বিৰাজ কৰে। তাৰ পিছত জুন মাহৰ আৰম্ভণিৰে পৰা মৌচুমী বায়ুৰ আগমন ঘটে আৰু ছেপ্টেম্বৰ মাহ পর্যন্ত প্ৰৱল বৃষ্টিপাত হয়। ইয়াৰ ঠিক আগে আগে প্ৰধানকৈ মে’ মাহত বায়ুমণ্ডলৰ উষ্ণতা যথেষ্ট অনুভূত হয়। এই সময়ত উত্তাপ ৩০° ছেলছিয়াৰ পৰা ৩৫° ছেলছিয়াছ পর্যন্ত হয়গৈ। ছেপ্টেম্বৰৰ শেষৰ ফালে উত্তাপো কমি আহে আৰু বৰ্ষা ঋতুৰো অন্ত পৰে ক্ৰমে আকাশ ফৰকাল হয়।

     নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা শীত ঋতু আৰু বৰ্ষা ঋতুৰ মাজৰ সময়ছোৱা হ’ল শৰৎকাল যিটো ঋতু যথেষ্ট চুটি লাহে লাহে শীতৰ প্ৰকোপ বাঢ়ে আৰু ডিচেম্বৰৰ শেষৰ পৰা জানুৱাৰী মাহৰ ভিতৰত বায়ুমণ্ডলৰ উষ্ণতা সর্বনিম্ন হয়গৈ। এই সময়ত গড় উত্তাপ ১৩° ছেলছিয়াছমান হয় যদিও মাজে মাজে তাপমাত্র ৮° ছেলছিয়াছলৈ হ্ৰাস হয়।

Read also  মই বেশ্যা নহয় ( এগৰাকী নাৰীৰ মনৰ কথা ) Axomiya uponyakh

(ছ) অসমৰ লেটাৰাইট বা ৰঙা মাটিৰ বিতৰণ আৰু বিশেষত্বৰ বিষয়ে এটি টোকা লিখা।

 উত্তৰ :- লেটাৰাইট বা ৰঙা মাটিত লৌহকণা আৰু এলুমিনিয়াম বেছিকৈ থাকে। এই মাটি সাধাৰণতে সেমেকা ক্রান্তীয় অঞ্চলত পোৱা যায়। লৌহকণা বেছিকৈ থকাৰ বাবে এই মাটিৰ ৰং ৰঙচুৱা। ডিমা হাচাও জিলা আৰু কাৰ্বি মালভূমিৰ হামৰেণ অঞ্চলত প্ৰধানকৈ এই মাটি পোৱা যায়৷ তদুপৰি গোলাঘাট জিলাৰ দক্ষিণ প্ৰান্তত আৰু বৰাক উপত্যকাৰ বৰাইল পাহাৰৰ পাদভূমিত লেটাৰাইট পোৱা যায়। এই মাটিৰ বং গাড় কিন্তু নাইট জেন, পটাচ, ফছফৰিক এছিড আৰু চূণৰ পৰিমাণ অতি কম।

For long Question

প্ৰশ্ন উত্তৰ কেইটা বন্ধু বৰ্গ সৈতে share কৰি দিবা 


বাকী কেইটা প্ৰশ্ন যদি লাগে Comment ত মোক জনাই দিবা মই Update কৰি দিম সকলোখিনি পাঠৰ মোৰ Note বনাৱা আছে  

Post a Comment

16 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. Swadesh adhyayan 4 number question ans khine dibo sb plzz

    ReplyDelete
  2. Dia ase for long questions answere t click kora hokolu khini dia ase

    ReplyDelete
  3. Swadesh adhayan book khn HS 2022 exam r karone compulsory book nki

    ReplyDelete
  4. 1st chapter r 3 and 4 number r answer khini pua nai

    ReplyDelete
  5. Sir মোক স্বাদেশ অধ্যয়ননৰ 6 নম্বৰ প্ৰশ্ন উত্তৰ লাগিছিল।

    ReplyDelete
    Replies
    1. Thik ase baru 6th chapter questions answere post kori dim

      Delete
  6. Pdf kari download karib pari naki question answer bor .

    ReplyDelete
  7. ছাৰ সকলো উত্তৰ দিয়া আছেনে ।

    ReplyDelete
  8. English medium nai niki???

    ReplyDelete

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!