Hs 2nd year swadesh adhyayan question answer |স্বদেশ অধ্যয়ন | Class 12 স্বদেশ অধ্যয়ন
প্ৰথম ভাগঃ ভূগোল
প্রথম অধ্যায় ঃ উত্তৰ-পূব ভাৰতত অসম :
পৰিৱেশ, ভূপ্রকৃতি, ব্রহ্মপুত্র নদ, জলবায়ু, মাটি আৰু পৰম্পৰৰ সম্পৰ্ক
দ্বিতীয় অধ্যায়ঃ অসমৰ জনদৃশ্যপট
—জন-গাঁথনি
— জনপ্ৰব্ৰজন সমস্যা আৰ সম্ভাৱনীয়তা
তৃতীয় অধ্যায়ঃ জৈৱবৈচিত্র্য
— বৈচিত্র্যৰ সূচক
__অসমত জৈৱবৈচিত্র্যৰ বৰ্তমানৰ অৱস্থা — সমস্যা আৰু সম্ভাৱনীয়তা
—সংৰক্ষণৰ আৱশ্যকীয়তা
-বহনক্ষম উন্নয়ন
চতুৰ্থ অধ্যায়ঃ অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা–
_ সম্পদৰ আধাৰ– যোগাযোগ– উদ্যোগ সমস্যা আৰু সম্ভাৱনীয়তা
পঞ্চম অধ্যায়ঃ মানচিত্র অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন
— মানচিত্র
— মানচিত্ৰৰ প্ৰস্তুতকৰণ— মানচিত্ৰৰ ইতিহাস
— জৰীপ
– দূৰ সংবেদন— ভৌগোলিক তথ্য ব্যৱস্থা
দ্বিতীয় ভাগঃ বুৰঞ্জী
ষষ্ঠ অধ্যায়ঃঅসমৰ ৰাজনৈতিক বিকাশ(১৮২৬-১৯৮৫)
— ইয়াণ্ডাবু সন্ধি ; পৰিক্ৰমা, চৰ্তাৱলী আৰু ফলাফল ঐতিহাসিক পৰিক্ৰমাঃ আহোম শাসনৰ অৱনতি
- ব্ৰিটিছ শাসন, ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসম -অসমত কৃষক বিদ্রোহ
-প্ৰাক-স্বাধীনতা কালৰ সামাজিক-ৰাজনৈতিক অনুষ্ঠান
-অসমত অসহযোগ আন্দোলন
— আইন অমান্য আন্দোলন — অসমত ভাৰত ত্যাগ আন্দোলন
— স্বৰাজোত্তৰ ভাৰতীয় ৰাজনীতি আৰু অসম
সপ্তম অধ্যায়ঃঅসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসঙ্গ
— অসমলৈ বহিৰাগত আগমণৰ ৰূপৰেখা
— অসমৰ জনজীৱন আৰু সংস্কৃতিত অনুপ্ৰৱেশকাৰীৰ প্ৰভাৱFor Questions answerer click here
অষ্টম অধ্যায়ঃ(ক) প্রাক্-ব্ৰিটিছ যুগৰ অসমৰ শিল্প উদ্যোগ
(খ) ব্ৰিটিছ যুগৰ অসমৰ শিল্প উদ্যোগ
— জীৱন আৰু সংস্কৃতিত ঔদ্যোগিক বিকাশৰ প্ৰভাৱFor Questions answerer click here
নৱম অধ্যায়ৰঃ ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ
— প্রাক উপনিবেশিক কালৰ অসমৰ পৰিৱেশ – অহোম যুগৰ ভূমিনীতি, বন আৰু নদী সম্পৰ্কীয় আঁচনি
– ব্ৰিটিছৰ পাৰিপাৰ্শ্বিক আঁচনি আৰু ইয়াৰ প্ৰভাৱ
– ১৯৪৭ চনৰ পৰৱৰ্তী কালৰ অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তন: কাৰণ, প্রকৃতি আৰু প্ৰভাৱ
— পাৰিপাৰ্শ্বিক সুৰক্ষা আৰু অসমৰ বেচৰকাৰী সংস্থা For Questions answerer click here
বাকী পাঠ সমূহৰো দিব ছাৰ,উপকৃত হৈছো। অশেষ ধন্যবাদ
ReplyDeleteমই অতি সোনকালে দিব চেষ্টা কৰিম ।
DeleteSir diyok kali exam asei
Deleteমমম
ReplyDeleteImportant question answer dib kitapr vitorr
ReplyDeleteOky
DeleteSir apuni Swadesh adhyayana ar burojir attau question answer deya nai........ Sir hunkale deyok sir plz.... Sir.....
ReplyDeleteSir baki Keita chaptur r questions ans ketiya dibo
Delete7th chapter or question answer buru dibo sir
ReplyDelete