Type Here to Get Search Results !

List of Chief Ministers of Assam 2021 - অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা ২০২১

 List of Chief Ministers of Assam 2021 - অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা ২০২১

List of Chief Ministers of Assam 2021 , অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা ২০২১
অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা 2021

 অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা 2021


নং মুখ্যমন্ত্ৰীসকল নাম কাৰ্যকাল
ছৈয়দ ছাৰ মহম্মদ ছাদুল্লা ১ এপ্রিল, ১৯৩৭ পৰা ১৯ ছেপ্টেম্বৰ, ১৯৩৮ চনলৈ; ১৭ নৱেম্বৰ, ১৯৩৮ পৰা ২৪ ডিচেম্বৰ, ১৯৪১ চনলৈ; ২৫ আগষ্ট, ১৯৪২ পৰা ১১ ফেব্রুৱাৰী, ১৯৪৬ চনলৈ
গোপীনাথ বৰদলৈ ১৯ ছেপ্টেম্বৰ, ১৯৩৮ পৰা ১৭ নৱেম্বৰ, ১৯৩৯ চনলৈ ; ১১ ফেব্রুৱাৰী, ১৯৪৬ পৰা ৬ আগষ্ট, ১৯৫০ চনলৈ
বিষ্ণুৰাম মেধি ৮ আগষ্ট, ১৯৫০ পৰা ২৭ ডিচেম্বৰ, ১৯৫৭ চনলৈ
বিমলা প্রসাদ চলিহা ২৮ ডিচেম্বৰ, ১৯৫৭ পৰা ৬নৱেম্বৰ, ১৯৭০ চনলৈ
মহেন্দ্র মােহন চৌধুৰী ১১ নৱেম্বৰ, ১৯৭০ পৰা ৩০ জানুৱাৰী, ১৯৭২চনলৈ
শৰৎ চন্দ্র সিংহ ৩১ জানুৱাৰী, ১৯৭২ পৰা ১২ মার্চ, ১৯৭৮ চনলৈ
গোলাপ বৰবৰা ১১ মার্চ, ১৯৭৮ পৰা ৯ ছেপ্টেম্বৰ, ১৯৭৯ চনলৈ
যোগেন্দ্রনাথ হাজৰিকা ৯ ছেপ্টেম্বৰ, ১৯৭৯ পৰা ১১ ডিচেম্বৰ, ১৯৭৯ চনলৈ
ছৈয়দা আনােৱাৰা টাইমুৰ ১১ ডিচেম্বৰ, ১৯৮০ পৰা ৩০ জুন, ১৯৮১চনলৈ
১০ কেশৱ চন্দ্র গগৈ ১৩ জানুৱাৰী, ১৯৮২ পৰা ১৯ মার্চ, ১৯৮২ চনলৈ
১১ হিতেশ্বৰ শইকীয়া ২৭ ফেব্রুবাৰী, ১৯৮৩ পৰা ২৩ ডিচেম্বৰ, ১৯৮৫ চনলৈ
১২ প্ৰফুল্ল কুমাৰ মহন্ত ২৪ ডিচেম্বৰ, ১৯৮৫ পৰা ২৭ নৱেম্বৰ, ১৯৯০ চনলৈ
১৩ হিতেশ্বৰ শইকীয়া ৩০ জুন, ১৯৯১ পৰা ২২ এপ্রিল, ১৯৯৫ চনলৈ
১৪ ডাঃ ভূমিধৰ বর্মন (ভাৰপ্রাপ্ত) ২২ এপ্রিল, ১৯৯৬ পৰা ২৪ মে', ১৯৯৬ চনলৈ
১৫ প্রফুল্ল কুমাৰ মহন্ত ১৫ মে', ১৯৯৬ পৰা ১৭ মে', ২০০১ চনলৈ
১৬ তৰুণ গগৈ ১৮ মে', ২০০১পৰা ২৪ মে, ২০১৬ চনলৈ
১৭ সর্বানন্দ সােণােৱাল‍‌ ২৪ মে', ২০১৬ পৰা ৩০ এপ্রিল, ২০২১ চনলৈ
১৮ ড° হিমন্ত বিশ্ব শর্মা ১৩ মে', ২০২১ পৰা বর্তমানলৈকে

More Mock Test

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!