Type Here to Get Search Results !

Assam GK 2021 in Assamese language(Pdf)-Quiz - অসমীয়া সাধাৰণ জ্ঞান ২০২১ (pdf) - কুইজ (part-4)

 Assam GK 2021 in Assamese language(Pdf)-Quiz - অসমীয়া সাধাৰণ জ্ঞান ২০২১ (pdf) - কুইজ

Assam GK 2021 in Assamese language(Pdf)-Quiz - অসমীয়া সাধাৰণ জ্ঞান ২০২১ (pdf) - কুইজ
অসমীয়া সাধাৰণ জ্ঞান ২০২১


Assam GK 2021 in Assamese language(Pdf) ,অসমীয়া সাধাৰণ জ্ঞান ২০২১ (pdf)

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL , PNRD , Panchayat আদিৰ । তেন্তে এই 30টা অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

কুইজৰ নিয়মঃ প্ৰশ্নটোৰ তলত ৪টা উত্তৰ দিয়া আছে আপোনাৰ যিটো শুদ্ধ হয় বুলি ভাবে সেইটো উত্তৰত চুই দিব

Assam GK 2021 in Assamese language(Pdf) ,অসমীয়া সাধাৰণ জ্ঞান ২০২১ (pdf)

একেবাৰে শেষত আপুনি কিমান নম্বৰ পালে সেয়া চাব পাৰিব আৰু লগতে এই প্ৰশ্নোত্তৰ খিনিৰ pdf আকৰে Download কৰিব পাৰিব , Download কৰিবলৈ তলত Download বুটামটো চুই দিব তাৰ পিছত ৩০ ছেকেণ্ড সময় ৰব লগিব তাৰ পিছত আকৌ এটা Download PDF বুটাম আহিব তাত ক্লিক কৰব ।ধন্যবাদ আপোনাৰ দিন শুভ হওঁক ।

Assam GK 2021 in Assamese language(Pdf)-Quiz -অসমীয়া সাধাৰণ জ্ঞান ২০২১ (pdf)- কুইজ

1➤ দিখৌ নৈ কোনখন জিলাত আছে ?

2➤ বৰাক নৈ কোনখন পাহাৰৰ পৰা ওলাইছে ?

3➤ অসমৰ কোন ঠাইত চিমেন্ট কাৰখানা আছে ?

4➤ অসমৰ ক'ত প্ৰথম মৰাপাটৰ কল স্থাপন কৰা হৈছিল ?

5➤ এলুমিনিয়ামৰ বাচন-বৰ্তন প্ৰস্তুত কৰা কাৰখানা ক'ত আছে ?

6➤ চাহ, কুঁহিয়াৰ, মৰাপাট আদি_____ কৃষিৰ ভিতৰত পৰে।

7➤ বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৃষিক কিমানটা ভাগত ভগাব পাৰি ?

8➤ অসমৰ চাহখেতি, বিহাৰৰ আমখেতি, দক্ষিণ ভাৰতৰ ৰবৰ খেতি কৰা হয়______ পদ্ধতিৰে।

9➤ অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখন হৈছে---

10➤ সাগৰ পৃষ্ঠৰ পৰা অসমৰ গঢ় উচ্চতা কিমান?

11➤ ব্ৰহ্মপুত্ৰ শদিয়াৰ পৰা মোহনালৈ প্ৰায়____ কি:মি: দৈৰ্ঘ্য।

12➤ ছেমায়ুংদুং হিমবাহৰ পৰা উৎপত্তি হৈছে--

13➤ ভৌগোলিক আয়তনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ৰাজ্য সমূহৰ মাজত অসমৰ স্থান কিমান ?

14➤ অসমৰ মুঠ বনাঞ্চলৰ শতকৰা কিমান ভাগ অসংৰক্ষিত বনাঞ্চল ?

15➤ অসমৰ মুঠ বনাঞ্চলৰ শতকৰা কিমান ভাগ অসম চৰকাৰৰ সংৰক্ষিত বনাঞ্চল ?

16➤ অসমৰ মুঠ ভৌগোলিক আয়তনৰ শতকৰা কিমান ভাগ বনাঞ্চল আছে ?

17➤ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন হৈছে---

18➤ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন হ'ল---

19➤ মানাস ৰাষ্ট্ৰীয় উদ‍্যানৰ ভৌগোলিক পৰিসীমা কিমান?

20➤ অসমৰ পুৰুষ শিক্ষিতৰ হাৰ হৈছে---

21➤ অসমৰ মহিলা শিক্ষিতৰ হাৰ হৈছে---

22➤ অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ মানুহে নগৰ/চহৰত বাস কৰে?

23➤ অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ মানুহে গাঁৱত বাস কৰে? 

24➤ কোন দিনটো সতী সাধনী দিৱস হিচাপে পালন কৰা হয় 

25➤ আহোমৰ শাসনকালত কোনে কাচাৰিসকল নিম্ন ধনশিৰি নদী উপত্যকাৰ চোৱাচিতা কৰিছিল

26➤ কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলিও জনা যায়।

27➤ কাক আহোম ৰাজ্যৰ প্ৰথম বৰফুকন হিচাপে নিযুক্ত কৰা হৈছিল

28➤ অসুৰ আলীৰ কি চুক্তি অনুসৰি মোগল আৰু আহোম মাজৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল

29➤ কোনজন আহোম ৰজাই প্ৰথমে বিহুক ৰাজকীয় পৃষ্ঠপোষকতা দিছিল

30➤ তলৰ কোনজন “অসম সাহিত্যৰ ত্ৰিমূৰ্তি”ৰ সদস্য নহয়

More Mock Test

Download PDF

Your score is

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!