Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান 2021 - Assamess gk mock test (Part 9) - free PDf download

 অসমীয়া সাধাৰণ জ্ঞান 2021 - Assamess gk mock test (Part 9) - free PDF download

অসমীয়া সাধাৰণ জ্ঞান 2021 - Assamess gk mock test (Part 9) - free PDF download
Assamese gk mock test

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL ,TET, PNRD , Panchayat , অসম চৰকাৰ চাকৰি  । তেন্তে এই অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

সাধাৰণ জ্ঞান 


অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

1➤ অসমৰ কৃষক বিদ্রোহৰ বুৰঞ্জীত ফুলগুৰিৰ সংঘর্ষ এক উল্লেখনীয় ঘটনা। এই সংঘর্ষ কিমান চনত সংঘটিত হৈছিল?

2➤ অসমৰ কৃষক বিদ্রোহৰ বুৰঞ্জীত উল্লেখনীয় ঘটনা ফুলগুৰিৰ সংঘর্ষত মৃত্যু হােৱা ইংৰাজ বিষয়াজনৰ নাম কি?

3➤ আসাম এচোছিয়েচন' কোন চনত গঠন হয়?

4➤ সেৱা-সংঘ' নামৰ সংগঠনটো তলৰ কোনজন জাতীয়তাবাদী নেতাই স্থাপন কৰিছিল?

5➤ অসমত প্রাদেশিক কংগ্রেছ কমিটি কেতিয়া গঠন কৰা হৈছিল?

6➤ অসমৰ স্বাধীনতা সংগ্রামৰ ইতিহাসত প্রথম গৰাকী মহিলা শ্বহীদ কোন?

7➤ কোন চনত অসমত জাতীয় কংগ্রেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল?

8➤ '১৯৪২ চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওতে ছহিদ হােৱা কিশােৰীজনী কোন?

9➤ '১৯৪২ চনৰআন্দোলনত বঢ়মপুৰত ছহিদ হােৱা মহিলা গৰাকী কোন?

10➤ '১৯৪২ ৰ আন্দোলনৰ সময়ত জ্যোতিপ্রসাদ কোনটো সংগঠনৰ সর্বাধিনায়ক পদত আছিল?

11➤ নামদাং নদীৰ ওপৰত কোনজন ৰজাই শিলৰ সাঁকো নির্মাণ কৰিছিল?

12➤ অশ্বক্লান্ত কোনজন ৰজাৰ দিনত নির্মাণ হৈছিল?

13➤ ৰংঘৰ কোনে সজাইছিল?

14➤ বিশ্বৰ ক্ষুদ্রতম নদীদ্বীপ উমানন্দত অৱস্থিত শিৱ মন্দিৰটো কোনে নির্মাণ কৰিছিল?

15➤ অসমলৈ মান কোনে আনিছিল?

16➤ কোনজন আহােম ৰজাৰ দিনত প্রথম মােৱামৰীয়া বিদ্রোহ হৈছিল?

17➤ কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল?

18➤ আহােমৰ প্রথম ৰাজধানী ক'ত আছিল?

19➤ শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল?

20➤ শৰাইঘাটৰ যুদ্ধত আহােমৰ সেনাপতি কোন আছিল?

More Mock Test

Download PDF

Your score is

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
Online Quiz Competition Register Now
error: Content is protected !!