Assamese General Knowledge 2021 - অসমীয়া সাধাৰণ জ্ঞান ২০২১- সাধাৰণ জ্ঞান pdf (+১০০)
Q ➤ ১) অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
Q ➤ ২) ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল?
Q ➤ ৩) কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল?
Q ➤ ৪) অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল?
Q ➤ ৫) অসমৰ কাক Lion Man of Assam বুলি জনা যায়?
Q ➤ ৬)সৰ্বানন্দ সোণোৱাল বৰ্তমান অসমৰ কিমান তম মুখ্যমন্ত্ৰী?
Q ➤ ৭) চৈয়দ আব্দুল মালিকে ১৯৭২ চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
Q ➤ ৮) অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়?
Q ➤ ৯)২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
Q ➤ ১০) চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন?
Q ➤ ১১) কিমান চনত Assam Association গঠন হৈছিল?
Q ➤ ১২) Assam Association ৰ প্ৰথম সভাপতি কোন আছিল?
Q ➤ ১৩) এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কোনটো?
Q ➤ ১৪)ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল?
Q ➤ ১৫)ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত?
Q ➤ ১৬) অসমৰ কোনখন চহৰক তৈলনগৰী হিচাপে জনা যায়?
Q ➤ ১৭) অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
Q ➤ ১৮) অসমৰ জাতীয় পক্ষী কি?
Q ➤ ১৯) অসমীয়া গদ্য সাহিত্যৰ জনক কোন?
Q ➤ ২০)ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি?
Q ➤ ২১) অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত?
Q ➤ ২২) অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি?
Q ➤ ২৩) অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে?
Q ➤ ২৪) অসমীয়া সাহিত্যত কাক ভাঙনি কোৱঁৰ হিচাপে জনা যায়?
Q ➤ ২৫) অসমীয়া সাহিত্যিত কাক উপন্যাস সম্ৰাট বুলি জনা যায়?
Q ➤ ২৬) অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায়?
Q ➤ ২৭) লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম কি?
Q ➤ ২৮) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি খনৰ নাম কি?
Q ➤ ২৯) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস খনৰ নাম কি?
Q ➤ ৩০) অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল?
Q ➤ ৩১)চাহৰ বৈজ্ঞানিক নাম কি?
Q ➤ ৩২) উত্তৰ-পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ কোনখন ঠাইত অৱস্থিত?
Q ➤ ৩৩)ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে?
Q ➤ ৩৪) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?
Q ➤ ৩৫) অসমৰ ৰাজ্যিক ফুল কি?
Q ➤ ৩৬) উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
Q ➤ ৩৭) উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমূখ স্বৰূপ বুলি কোনখন চহৰক জনা যায়?
Q ➤ ৩৮) অসমৰ প্ৰথম বিমান চালক জনৰ নাম কি?
Q ➤ ৩৯) দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল?
Q ➤ ৪০) পৃথিৱীৰ ক্ষুদ্ৰতম নদী-দ্বীপটোৰ নাম কি?
Q ➤ ৪১)'অসমীয়া মহিলাই কাপোৰত সপোন ৰচে' বুলি কোনে কৈছিল?
Q ➤ ৪২) অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
Q ➤ ৪৩) কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল?
Q ➤ ৪৪) অসমৰ ক'ত দিয়াচলাইৰ কাৰখানা আছে?
Q ➤ ৪৫) কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল?
Q ➤ ৪৬) অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে?
Q ➤ ৪৭) অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় খন ক'ত অৱস্থিত?
Q ➤ ৪৮) অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে?
Q ➤ ৪৯)'নটসূৰ্য' বুলি কাক জনা যায়?
Q ➤ ৫০) প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?
Q ➤ ৫১) কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত?
Q ➤ ৫২) কিমান চনত অসমৰ ৰাজধানী শ্বিলং ৰ পৰা দিশপুৰলৈ স্থানান্তৰ কৰা হয়?
Q ➤ ৫৩) কিমান চনত অসম সাহিত্য সভা গঠন হৈছিল?
Q ➤ ৫৪) অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক'ত অনুষ্ঠিত হৈছিল?
Q ➤ ৫৫) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?
Q ➤ ৫৬) অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?
Q ➤ ৫৭) ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুয়ে কোন দুখন ঠাইক সংলগ্ন কৰিছে?
Q ➤ ৫৮) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
Q ➤ ৫৯) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?
Q ➤ ৬০) মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল?
Q ➤ ৬১) প্ৰথম অসমীয়া বোলছবি"জয়মতী" কেতিয়া মুক্তি লাভ কৰিছিল?
Q ➤ ৬২) প্ৰথম অসমীয়া বোলছবি জয়মতী ৰ পৰিচালক কোন আছিল?
Q ➤ ৬৩)অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়?
Q ➤ ৬৪)অভিৰুচি ক্ৰীড়া দিৱস কোনজন দৌৰ ক্ৰীড়াবিদৰ জন্মদিন উপলক্ষে পালন কৰা হয়?
Q ➤ ৬৫)ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল?
Q ➤ ৬৬) আহোম ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল?
Q ➤ ৬৭) কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল?
Q ➤ ৬৮) অসমৰ জাতীয় সংগীত"অ মোৰ আপোনাৰ দেশ' প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত কৰা হৈছিল?
Q ➤ ৬৯) জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন?
Q ➤ ৭০) সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক কোন?
Q ➤ ৮১)কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউয়েন চাং অসম (কামৰূপ)লৈ আহিছিল?
Q ➤ ৮২) আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
Q ➤ ৮৩) কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল?
Q ➤ ৮৪) কোন খন চহৰক "অসমৰ সাংস্কৃতিক ৰাজধানী" বুলিও কোৱা হয়?
Q ➤ ৮৫) অসমৰ প্ৰথম অনা-চৰকাৰী মহাবিদ্যালয় হৈছে
Q ➤ ৮৬) কেতিয়া মাজুলীক আনুষ্ঠানিকভাৱে অসমৰ জিলা হিচাপে ঘোষণা কৰা হয়?
Q ➤ ৮৭) যাদৱ পায়েংৰ দ্বাৰা কোনখন অৰণ্য এককভাৱে ৰোপণ কৰা হৈছিল?
Q ➤ ৮৮) কোন চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে "সংৰক্ষিত বন" ( Reserve Forest) হিচাপে নিৰ্ধাৰিত কৰা হৈছিল?
Q ➤ ৮৯) কোনখন জিলাক অসমৰ প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হয়।(ভাৰতে)?
Q ➤ ৯০) কোন চনত কাজিৰঙাক UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হৈছিল?
Q ➤ ৯১) কোন ঠাইক অসমীয়া নৱ-বৈষ্ণৱী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়?
Q ➤ ৯২) ২০১৭ চনৰ হাতীৰ লোকপিয়ল অনুসৰি অসমত মুঠ হাতীৰ সংখ্যা কিমান?
Q ➤ ৯৩) প্রাচীন কচাৰী ৰাজ্যৰ ৰাজধানী কি আছিল?
Q ➤ ৯৪) কোন চনত মল্লদেৱে নৰ নাৰায়ণ) নাৰায়ণ উপাধি অর্জন কৰে?
Q ➤ ৯৬) কোন চনত বড়োলেণ্ড আঞ্চলিক পৰিষদ স্থাপন কৰা হৈছিল? (Bodoland) Territorial Council).
Q ➤ ৯৭) জনসংখ্যাৰ ফালৰ পৰা অসম হৈছে ভাৰতৰ
Q ➤ ৯৯) নামবৰ বন্যপ্রাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত?
Q ➤ ১০০) মলেচ্ছ ৰাজবংশ (Mlechchha dynasty) কাৰ দ্বাৰা স্থাপন কৰা হৈছিল?
Q ➤ ১০১)অসমৰ পাহাৰৰ নাম?
Assamese General Knowledge 2021 - অসমীয়া সাধাৰণ জ্ঞান ২০২১- সাধাৰণ জ্ঞান pdf
Thank you
ReplyDeleteWelcome 😊 share and support us
Deleteবৰ ভাল কাম কৰিছে দেই ।ধন্যবাদ।।।👍
ReplyDeleteআমাৰ বাবে এয়া বহুখিনি সহায়ক হ'ব। প্ৰচেষ্টা অব্যাহত ৰাখক মোৰ লগতে আন যথেষ্ট পৰিমাণে সাৰ্থক হ'ব । ধন্যবাদ থাকিল
ReplyDelete