Type Here to Get Search Results !

Assamese Quiz - অসমীয়া কুইজ

 Assamese Quiz - অসমীয়া কুইজ 

অসমীয়া কুইজ সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- Assam police , TET , APSC , APDCL , PNRD আদিৰ । তেন্তে এই অসম কুইজ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । আশা কৰোঁ আপুনি এই Assamese quiz  প্ৰশ্নোত্তৰ কেইটা পঢ়ি ভাল পাব লগতে আপুনি Assamese quiz pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

Assamese Quiz

Assamese Quiz

অসমীয়া কুইজ


(১) প্রথম অসমীয়া মহিলা গ্রেজুৱেট কোন?
উত্তৰঃ সুখলতা বৰুৱা আৰু সুধালতা দুৱৰা।
(২) বি এ পাছ কৰা প্রথম অসমীয়া কোন?
উত্তৰঃ ডাঃ ৰজনী প্রভা শইকীয়া।
(৩) মাতৃভূমিৰ স্বাধীনতাৰ বাবে ছহিদ হােৱা প্রথম
অসমীয়া কোন?
উত্তৰঃ কনকলতা বৰুৱা।
(৪) প্রথম অসমীয়া মহিলা কেন্দ্রীয় মন্ত্রী কোন?
উত্তৰঃ ৰেণুকা দেৱী বৰকটকী।
(৫) অসমৰ প্রথম মহিলা অধ্যক্ষা (কলেজৰ) গৰাকী কোন?
উত্তৰঃ ৰাজবালা দাস।
(৬) প্রথমগৰাকী অসমীয়া মহিলা মুখ্যমন্ত্রী কোন?
উত্তৰঃ চৈয়দা আনােৱাৰ টাইমুৰ।
(৭) অসমসাহিত্য সভাৰ প্রথমগৰাকী মহিলা সভানেত্রী কোন?
উত্তৰঃ নলিনীৱালা দেৱী।
(৮) ৰাষ্ট্রীয় চলচ্চিত্রৰ শ্রেষ্ঠ অভিনেত্রী বঁটা লাভ কৰা
প্রথমগৰাকী অসমীয়া মহিলা কোন?
উত্তৰঃ ইভা আচাও।
(৯) অসম সাহিত্য সভাৰ কাব্যভাৰতী উপাধি পােৱা
প্রথমগৰাকী কোন?
উত্তৰঃ ধর্মেশ্বৰী দেৱী বৰুৱানী।
(১০) সাহিত্যিক পেঞ্চনাৰ প্রথমগৰাকী অসমীয়া মহিলা কোন?
উত্তৰঃ নলিনীবালা দেৱী।

(১১) ষমুনালাল বাজাজ বঁটা লাভ কৰা প্রথমগৰাকী মহিলা কোন?
উত্তৰঃ অমল প্রভা দাস।
(১২) আই এ এছ হােবা প্রথম অসমীয়া মহিলা কোন?
উত্তৰঃ পাৰল দাস।
(১৩) ভূগােল পি এইচ ডি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া মহিলা কোন?
উত্তৰঃ দীপ্তি দাস।
(১৪) গুবাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হােবা
প্রথমগৰাকী অসমীয়া মহিলা কোন?
উত্তৰঃ মীৰা শর্মা।
(১৫) সর্বভাৰতীয় কথাপুৰস্কাৰ লাভ কৰা প্রথমগৰাকী অসমীয়া মহিলা কোন?
উত্তৰঃ মামনি ৰয়ছম গােস্বামী।
(১৬) অর্জুন বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া মহিলা কোন?
উত্তৰঃ মনালিছা (বৰুৱা) মেহতা।
(১৭) ক্ষুদ্র উদ্যোগীৰ ৰাষ্ট্রীয় বঁটা লাভ কৰা প্রথম
অসমীয়া মহিলা কোন?
উত্তৰঃ নিৰুপমা বৰুৱা।
(১৮) সাহিত্য একাডেমী বঁটা লাভ কৰা প্রথমগৰাকী
অসমীয়া মহিলা সাহিত্যিক কোন?
উত্তৰঃ নলিনী বালা দেৱী।

অসমীয়া কুইজ

(১) প্রথম অসমীয়া গীতৰ পুথি কোনখন ?
উত্তৰঃ গীতাৱলী (সংকলকঃ সত্যনাথ বৰা)।
(২) গীতৰ স্বৰলিপি প্রকাশ পােৱা প্রথম সংকলনটোৰ নাম কি?
উত্তৰঃ সংগীতকোষ (ৰচকঃ লক্ষ্মীৰাম বৰুৱা)।
(৩) প্রথম অসমীয়া গীত ৰেকর্ড কৰাঁতা কোন?
উত্তৰঃ উমেশ বেনার্জী।
(৪) গ্রামােফোন ৰেকর্ডত অসমীয়া গীত ৰেকর্ড কৰা প্রথম অসমীয়া গায়ক কোন?
উত্তৰঃ প্রফুল্ল চন্দ্র বৰুৱা।
(৫) প্রথম অসমীয়া ৰেকর্ড কোম্পানী কান?
উত্তৰঃ দি আসাম অডিঅগ্রাফ কোম্পানী (১৯৩৭)।
(৬) প্রথম অসমীয়া চলচ্চিত্রৰ প্রথম সংগীত পৰিচালক কোন?
উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালা (জয়মতী)।
(৭) অসমীয়া চলচ্চিত্রৰ গীতৰ প্রথম সুৰকাৰ কোন?
উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালা।
(৮) অসমীয়া চলচ্চিত্রৰ প্রথমগৰাকী প্লবেক শিল্পী
কোন?
উত্তৰঃ মিনতি শর্মা (জয়মতী)।
(৯) অসমীয়া চলচ্চিত্রৰ গীতৰ প্রথম গ্রামােফন ৰেকর্ড কি?
উত্তৰঃ মনােমতী (১৯৪১), ছেনােলা কোম্পানী।
(১০) গ্রামােফোন ৰেকর্ডত কণ্ঠদান প্রথম শিশু শিল্পী কোন?
উত্তৰঃ সাধনা বৰুৱা।
(১১) কীর্তনৰ প্রথম গ্রামােফোন ৰেকর্ড কোনে
কৰিছিল?
উত্তৰঃ কুমাবী ইন্দুবালা (১৯৩৪) এইচ এম ভি।
(১২) বােলছবি গীতত প্রথম লংপ্লেয়িং ৰেকর্ড কি?
উত্তৰঃ ফেবুলাছ মিউজিম ফ্রম আসাম (১৯৬৯)।
(১৩) আন্তর্জাতিক উৎসৱত প্রতিনিধিত্ব কৰা প্রথম
অসমীয়া শিল্পীগৰাকী কোন ?
উত্তৰঃ ড°ভূপেন হাজৰিকা (বার্লিন)।

অসম কুইজ

(১) ভ্রাম্যমাণ থিয়েটাৰৰ প্রথম প্রযােজক কোন?
উত্তৰঃ অচ্যুৎ লহকৰ আৰু সদা লহকৰ।
(২) প্রথম ভ্রাম্যমাণ থিয়েটাৰ দল কোনটো?
উত্তৰঃ নটৰাজ থিয়েটাৰ।
(৩) প্রথম ভ্রাম্যমাণ থিয়েটাৰৰ নাটক কেইখন কি কি?
উত্তৰঃ জেৰেঙ'ৰ সতী, ভােগৰজা (হাইদৰ আলি
আৰু ৰঞ্জিৎ সিংহ, নটৰাজ থিয়েটাৰ)।
(৪) ভ্রাম্যমাণ থিয়েটাৰৰ প্রথম নাট্যকাৰ কোন কোন?
উত্তৰঃ উত্তম বৰুৱা আৰু ফণী শর্মা।
(৫) ভ্রাম্যমাণ থিয়েটাৰত প্রদর্শিত প্রথমখন বিদেশী
নাট কি?
উত্তৰঃ ক্লিওপেট্রা (কহিনুৰ থিয়েটাৰ)।
(৬) ভ্রাম্যমান থিয়েটাৰত নাট্যৰূপ দিয়া প্রথম অসমীয়া উপন্যাস কি?
উত্তৰঃ মিৰি জীয়ৰী (মঞ্জকোঁৱৰ) আৰু অসীমত
যাৰ হেৰাল সীমা (কহিনুৰ থিয়েটাৰ)।
(৭) কোনটো ভ্রাম্যমাণ নাট্যদলে অসমৰ বাহিৰত
নাটক প্রদর্শন কৰিছিল?
উত্তৰঃ নটৰাজ থিয়েটাৰ।
(৮)ভ্রাম্যমান থিয়েটাৰৰ কোনখন নাটকে সর্বভাৰতীয় পুৰস্কাৰ লাভ কৰিছিল?
উত্তৰঃ ফণী তালুকদাৰৰ পৃথিবীৰ প্রেম', আৰাধনা
থিয়েটাৰ।
(৯) অসম চৰকাৰৰ পুৰস্কাৰ প্রাপ্ত ভ্রাম্যমাণ থিয়েটাৰৰ প্রথম নাটকখন কি?
উত্তৰঃ মহেন্দ্র বৰঠাকুৰৰ 'মুখ্যমন্ত্রী'নাটক (হেঙুল
থিয়েটাৰ)।
(১০) প্রথম দুখন মঞ্চ ব্যৱহাৰ কৰা ভ্রম্যমাণ থিয়েটাৰ দল কোনটো?
উত্তৰঃ মঞ্চৰূপা থিয়েটাৰ (মহানন্দ শর্মা আৰু
ভৱেন বৰুৱা)।
(১১) প্রথম তিনিখন মঞ্চ ব্যৱহাৰ কৰা নাট্যদল
কোনটো?
উত্তৰঃ সুৰদেৱী থিয়েটাৰ (ধৰণী বর্মন)।
(১২) ভ্রাম্যমাণ থিয়েটাৰৰ নাটকৰ গীতৰ প্রথম কেছেট কোনটো?
উত্তৰঃ হিটছ অৱ আৱাহন (আৱাহন থিয়েটাৰ)।
(১৩) ভ্রাম্যমাণ থিয়েটাৰত প্রথম দ্বি অভিনয় কৰা
অভিনেতা কোন?
উত্তৰঃ মহানন্দ শর্মা (নাটকঃ পাহাৰৰ জুই, কহিনুৰ
থিয়েটাৰ)।
(১৪) চলচ্চিত্র জগতৰ পৰা গ্লেমাৰ ৰূপে প্রথম
ভ্রাম্যমাণ নাট্য দললৈ যােৱা অভিনেতা-অভিনেত্রী
কোন কোন?
উত্তৰঃ প্রশান্ত হাজৰিকা আৰু ইলা কাকতি (কহিনুৰ
থিয়েটাৰ)।
(১৫) ভ্রাম্যমাণত অভিনয় কবি প্রথম 'নাট্য সম্রাট উপাধি পােৱা অভিনেতাগৰাকী কোন?
উত্তৰঃ চন্দ্র চৌধুৰী।
(১৬) ভ্রাম্যমাণ থিয়েটাৰৰ প্রথম মহিলা প্রযােজক
কোন?
উত্তৰঃ অবলা বর্মন (মুনলাইট থিয়েটাৰ)।
(১৭) বড়াে ভাষাৰ প্রথম ভ্রাম্যমাণ থিয়েটাৰ দল
কোনটো?
উত্তৰঃ সৌৰাং মঞ্জু থিয়েটাৰ (প্রযােজক চন্দ্রকান্ত
মুছাহাৰী)।
(১৮) প্রথম নেপালী ভাষাৰ ভ্ৰাম্যমাণ থিয়েটাৰ দলটো কি?
উত্তৰঃ লালী গুৰাজ থিয়েটাৰ।
(১৯) ভ্রাম্যমাণ থিয়েটাৰৰ কাহিনীৰে নির্মিত প্রথম
কথাছবি কোনখন?
উত্তৰঃ আৱর্তন (ভবেন্দ্রনাথ শইকীয়া)।
(২০) গীতৰ আধাৰত মঞ্চৰূপ দিয়া প্রথম নাটক
কোনখন?
উত্তৰঃ ভূপেন হাজৰিকাৰ 'শৈশৱতে ধেমালিতে'।
(২১) কবিতাৰ আধাৰত নাট্যৰূপ দিয়া ভ্রাম্যমাণ
থিয়েটাৰৰ প্রথম নাটক কোনখন?
উত্তৰঃ হেম বৰুৱাৰ মমতাৰ চিঠি কবিতাক
সেৱাব্রত বৰুৱাই থিয়েটাৰ ভাগ্যদেৱীৰ বাবে কৰা
নাট্যৰূপ।
(২২) ভ্রাম্যমাণ থিয়েটাৰৰ সর্বাধিক প্রদর্শন কৰা
নাটকখন কি?
উত্তৰঃ জেৰেঙাৰ সতী (একেৰাহে ২০ বছৰ
নটৰাজত)।
(২৩) চলচ্চিত্র প্রযােজনা কৰা প্রথম ভ্রাম্যমাণ নাট্যদল কোনটো?
উত্তৰঃ নটৰাজ থিয়েটাৰ (প্রযােজকঃ অচ্যুৎ লহকৰ, বােলছবি ব্লেকমানি)।
(২৪) প্রথম অসমীয়া চলচ্চিত্রখনৰ নাম কি?
উত্তৰঃ জয়মতী (পৰিচালকঃ জ্যোতিপ্রসাদ
আগৰৱালা)।
(২৫) প্রথম অসমীয়া বুৰঞ্জীমূলক ছবি কোনখন?
উত্তৰঃ জয়মতী।
(২৬) সম্পূর্ণ ৰঙীণ প্রথম অসমীয়া ছবি কোনখন?
উত্তৰঃ ভাইটি (পৰিচালকঃ কমল নাৰায়ণ চৌধুৰী)।
(২৭) প্রথম অসমীয়া ইষ্টসেন কালাৰ ছবিখন কি?
উত্তৰঃ আজলী নবৌ (পৰিচালকঃ নিপ বৰুৱা)।
(২৮) স্বাধীনতা সংগ্রামৰ আধাৰত নির্মিত প্রথম ছবি
কোনখন?
উত্তৰঃ বিপ্লৱী (পৰিচালকঃ অমিত সেন)।
(২৯) প্রথম অসমীয়া কমেডী ছবি কোনখন?
উত্তৰঃ ইটো-সিটো বহুতাে (পৰিচালকঃ ব্রজেন বৰুৱা)।
(১०) অসমৰ প্রথম বােলছবি ষ্টুডিঅ কোনটো?
উত্তৰঃ জ্যোতি চিত্রবন ( ১৯৬৮ চনৰ ১৭
জানুবাৰী)।
(৩১) দাদা চাহেব ফাল্কে বঁটা পােৱা প্রথম অসমীয়া
কোন?
উত্তৰঃ ভাৰতৰত্ন ভূপেন হাজৰিকা।
(৩২) হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্রথম বােলছবি কোনখন?
উত্তৰঃ ভাগ্য (হিন্দী ছবি ও তকদীৰ, সম্পাদনাঃ
ভূপেন হাজৰিকা)।
(৩৩) প্রথম মিচিং ভাষাৰ ছবি কোনখন?
উত্তৰঃ পানৈ-জংকি (পৰিচালকঃ দিলীপ দলে,
নাৰায়ণ শীল)।
(৩৪) ভাৰতীয় পেনােবামাত প্রদর্শিত হােৱা প্রথম
অসমীয়া ছবি কোনখন?
উত্তৰঃ সন্ধ্যাৰাগ (পৰিচালকঃ ভৱেন্দ্র নাথ
শইকীয়া)।
(৩৫) শ্রেষ্ঠ ছবিৰ স্বর্ণকমল লাভ কৰা প্রথম অসমীয়া ছবি কোনখন?
উত্তৰঃ হালধীয়া চৰায়ে বাওধান খায় (পৰিচালকঃজাহ্নু বৰুৱা)।
(৩৬) বিশ্ব বেংকৰ অনুদানত নির্মিত প্রথম অসমীয়া ছবি কোনখন?
উত্তৰঃ পখী (পৰিচালকঃ জাহ্নু বৰুৱা।
(৩৭) ৰাষ্ট্রপতিৰ ৰূপৰ পদক পােৱা প্রথম অসমীয়া ছবি কোনখন?
উত্তৰঃ ৰঙা পুলিচ (পৰিচালকঃ ফণীশর্মা)।
(৩৮) আঞ্চলিক ভাষাৰ শ্রেষ্ঠ ছবিৰ সন্মান পোৱা প্রথম অসমীয়া ছবি কোনখন?
উত্তৰঃ ড° বেজবৰুৱা (পৰিচালকঃব্রজেন বৰুৱা)।
(৩৯) বিদেশৰ চলচ্চিত্র মহােৎসৱলৈ নির্বাচিত হােৱা
প্রথম অসমীয়া ছবিকোনখন?
উত্তৰ: পুবেৰুণ (বার্লিন মহােৎসব, পৰিচালকঃ
প্রভাত মুখার্জী)।
(৪০) বিদেশৰ চলচ্চিত্র মহােৎসবত পুৰস্কৃত হােবা প্রথম অসমীয়া ছবি কোনখন ?
উত্তৰঃ হালধীয়া চৰায়ে বাওধান খায়।
(৪১) প্রথম অসমীয়া বাংলা দ্বিভাষিক ছবি কোনখন?
উত্তৰঃ অভিশপ্ত প্রেম।
(৪২) বড়াে ভাষাৰ প্রথম ছবি কোনখন?
উত্তৰঃ আলায়াৰণ (পৰিচালকঃ জৌংডাও
বড়ােচা)।
(৪৩) প্রথম বাষ্ট্রপতিৰ চার্টিফিকেট অৱ মেৰিট সন্মান পােৱা অসমীয়া ছবি কোনখন?
উত্তৰঃ পিয়লি ফুকন (পৰিচালকঃ নিপ বৰুৱা)।
(8৪) ৰাষ্ট্ৰীয় পর্যায়ত শ্রেষ্ঠ চিত্র নাট্যকাৰৰ সন্মান লাভ কৰা প্রথম ব্যক্তিগৰাকী কোন?
উত্তৰঃ ভবেন্দ্রনাথ শইকীয়া।
(৪৫) প্রথম অসমীয়া আখ্যান মূলক ছবি কোনখন?
উত্তৰঃ সতী বেউলা (পৰিচালকঃ সুনীল
গংগােপাধ্যায়)।
(৪৬) অসমীয়া ছবিত অভিনয় কৰা ইংলেণ্ডৰ প্রথম
অভিনেত্রীগৰাকীৰ নাম কি?
উত্তৰঃ মার্গোৰেট এণ্ডাৰছন (চলচ্চিত্রঃ পুবেৰুণ)।
(৪৭) অসমৰ বাহিৰৰ শিল্পীয়ে কণ্ঠদান কৰা প্রথম ছবি কোনখন?
উত্তৰঃ এৰাবাটৰ সুৰ।
(৪৮) কোনখন অসমীয়া চলচ্চিত্রত বৰগীত প্রথম
অন্তর্ভুক্ত হৈছিল?
উত্তৰঃ ৰুণুমী (পৰিচালক সুৰেশ গােস্বামী)।
(৪৯) অসমৰ প্রথম ছবিঘৰ নির্মাতা কোন?
উত্তৰঃ ৰফিকুৰ ইছলাম, কামৰূপ চিনেমা
কোম্পানী।
(৫০) দূৰদর্শনত প্রদর্শিত প্রথম অসমীয়া ছবি কোনখন?
উত্তৰঃ বৃষ্টি (পৰিচালকঃ দেউতি বৰুৱা)।
(৫১) প্রথম আংশিক ৰঙীন ছবি কোনখন ?
উত্তৰঃ শকুন্তলা।

For More Mock Test & Quiz Click here👇

Download PDF Wait...

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!